শীর্ষ সংবাদ

হায়দৰাবাদত অথন্তৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ: সমুখৰ পৰা মাইক কাঢ়ি নিয়াৰ চেষ্টা শাসকীয় দলৰ কৰ্মীৰ

দক্ষিণ ভাৰতীয় ৰাজ্য তেলেংগানাত আজি এক অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হায়দৰাবাদত অনুষ্ঠিত হোৱা বিজেপিৰ এক...

Read moreDetails

Uric Acid: ইউৰিক এচিড কি হয় আপোনালোকে জানেনে? যদি নাজানে তেনেহ’লে জানি লওক ইউৰিক এচিড হ’লে কি হয়

ইউৰিক এচিড হৈছে আমাৰ তেজত থকা এক ৰাসায়নিক পদাৰ্থ। যি স্তৰ বৃদ্ধি হোৱাৰ লগে লগে গাউট বা আৰ্থ্ৰাইটিছৰ দৰে সমস্যা...

Read moreDetails

দুবছৰৰ অন্তত অৱশেষত জামিন পালে সাংবাদিক ছিদ্দিক কাপ্পানে: উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন

দুটা বছৰ কাৰাগাৰত কটোৱাৰ পিছত অৱশেষত আজি জামিন লাভ কৰিলে কেৰালাৰ সাংবাদিক ছিদ্দিক কাপ্পনে। আজি মত প্ৰকাশৰ স্বাধীনতাৰ দোহাই দি...

Read moreDetails

বিশ্বজুৰি হোৱা মুদ্ৰাস্ফীতিত উদ্বিগ্ন আইএমএফ ৰ মুৰব্বীৰ

বিশ্বজুৰি হোৱা মুদ্ৰাস্ফীতিত উদ্বিগ্ন হৈ পৰিছে আইএমএফ ৰ মুৰব্বী। মুদ্ৰাস্ফীতিৰ ফলত সমাজৰ দুখীয়া লোকসকল অধিক ক্ষতিগ্ৰস্ত হৈছে বুলি তেওঁ মন্তব্য...

Read moreDetails

জুৰিখত ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই: প্ৰথমগৰাকী ভাৰতীয় হিচাপে জিনিলে ডায়মণ্ড লীগ ফাইনেলছৰ খিতাপ

পুনৰ এবাৰ দেশক গৌৰৱান্বিত কৰি তুলিলে অলিম্পিক স্বৰ্ণ জয়ী জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত নিজৰ...

Read moreDetails

অদমনীয় কিম জং! নিজকে পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰ ঘোষণা কৰিলে উত্তৰ কোৰিয়াই

উত্তৰ কোৰিয়াই নিজকে পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰ বুলি ঘোষণা কৰি এখন আইন গৃহীত কৰিছে। একে সময়তে দেশৰ সৰ্বোচ্চ নেতা কিম জং-উনে...

Read moreDetails

আজি চিনেমা হলত ‘বুলু ফিল্ম’: বিতৰ্কৰ মাজতে বুটলিছে সমালোচকৰ প্ৰশংসা

ক’ভিদকালীন সময়। লকডাউনে কঢ়িয়াই অনা অৰ্থনৈতিক সমস্যাত ভাৰাক্ৰান্ত নিম্ন মধ্যবিত্ত তথা দৰিদ্ৰ ৰাইজ। হেৰুৱাবলগীয়া হৈছে কৰ্মসংস্থান। সমুখত নাই উপাৰ্জনৰ বাবে...

Read moreDetails

৫০ বছৰৰ তলৰ লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা!

৫০ বছৰৰ তলৰ লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা। মূলতঃ জীৱশৈলীৰ পৰিৱৰ্তনৰ বাবেই এই বয়সৰ লোকসকল কৰ্কট...

Read moreDetails

Kohinoor Crown: বিদায় ল’লে ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথে; কোনে পাব ৰাণীৰ মুকুটৰ কহিনুৰ?

Kohinoor Crown ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ ৯৬ বছৰ বয়সত দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে আবেলি তেওঁ স্কটলেণ্ডৰ বালম'ৰেল পেলেচত শেষ নিশ্বাস ত্যাগ...

Read moreDetails

স্বাস্থ্য, শিক্ষা সকলোতে পিছপৰা ভাৰত! মানৱ উন্নয়ন সূচকত ভাৰতৰ স্থান ১৯১ খন দেশৰ ভিতৰত ১৩২

ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (ইউএনডিপি)ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ২০২১ চনৰ মানৱ উন্নয়ন সূচকত ভাৰতে ১৯১ খন দেশৰ ভিতৰত ১৩২...

Read moreDetails
Page 2498 of 5964 1 2,497 2,498 2,499 5,964

Stay Connected

Recent News