শীর্ষ সংবাদ

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

শেহতীয়াকৈ দেশৰ ৰাজনীতিত বিতৰ্কৰ শীৰ্ষত থকা কুতুব মিনাৰ গোচৰ সন্দৰ্ভত আজি ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই) বিভাগে দিল্লীৰ উত্তৰ চাকেত আদালতত...

Read moreDetails

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

দেশৰ ৰাজনীতিত এতিয়া মন্দিৰ-মছজিদ, হিন্দু-মুছলমানৰ বতাহ বলিছে। দেশৰ পৌৰাণিক ঐতিহাসিক সমলসমূহত হিন্দুত্বৰ ৰহন সনাৰ ধুম ধুম উঠিছে। বিশেষকৈ মোগল শাসনকালত...

Read moreDetails

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

ইউক্ৰেইন যুদ্ধৰ পাছত পুটিনৰ কি হ’ব? যদি যুদ্ধত পুটিন হাৰে অথবা যুদ্ধ অপৰাধত দোষী সাব্যষ্ট হয়, তেন্তে কি হ’ব এই...

Read moreDetails

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

বটদ্ৰৱাত কি ঘটিছে? বটদ্ৰৱা পুলিচ থানাৰ পুলিচে পোণা মাছৰ বেপাৰ কৰা মানুহ এজনক গ্ৰেপ্তাৰ কৰিছিল৷ তেওঁৰ অপৰাধ কি আছিল, কিয়...

Read moreDetails

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

ডাউদ ইব্ৰাহিম, অন্ধকাৰ জগতৰ এই কুখ্যাত সম্ৰাটজনক ভাৰতে ঘোষণা কৰিছে ‘ম’ষ্ট ৱাণ্টেড’ অপৰাধী হিচাপে। এসময়ত দেশৰ বিভিন্ন প্ৰান্তত অপৰাধমূলক কাৰুকাৰ্যৰে...

Read moreDetails

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

ৰাজনৈতিক নেতা তথা মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে বিভিন্ন সময়ত সততে দুৰ্নীতিৰ অভিযোগ উত্থাপন হয়। কিন্তু ক্ষমতাৰ বলত এনে অভিযুক্ত নেতা, মন্ত্ৰী-বিধায়কসকল কোনো...

Read moreDetails

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

যদি চীনে চুবুৰীয়া টাইৱানৰ ওপৰত সামৰিক আক্ৰমণ আৰম্ভ কৰে তেন্তে আমেৰিকা যুক্তৰাষ্ট্ৰ মনে মনে বহি নাথাকে। টাইৱানৰ সুৰক্ষাৰ বাবে প্ৰয়োজন...

Read moreDetails

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে (আইএমএফ) কৈছে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সম্ভৱত: আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি। সংগঠনটোৱে ছুইজাৰলেণ্ডৰ দাভোছত...

Read moreDetails

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

অসম আৰক্ষীয়ে ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সন্দেহজনক সম্পৰ্কৰ বাবে বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰা পাঁচজন লোকৰ বিৰুদ্ধে কঠোৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ...

Read moreDetails

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

কলিয়াবৰৰ হাতীবন্ধাত ভয়াৱহ পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু হোৱাৰ লগতে এটি শিশু সহ আন ৫ জন গুৰুতৰভাবে আহত হয়। নিহতৰ ভিতৰত...

Read moreDetails
Page 2656 of 5973 1 … 2,655 2,656 2,657 … 5,973

Stay Connected

Recent News