শীর্ষ সংবাদ

ৰাছিয়াৰ আক্ৰমণত তিনি হাজাৰতকৈও অধিক ইউক্ৰেইনীয় নাগৰিকৰ মৃত্যু: ৰাষ্ট্ৰসংঘৰ দাবী

যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছত ইউক্ৰেইনত ৩,০০০ তকৈও অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে...

Read moreDetails

পাক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিদ্বেষমূলক শ্ল’গান: বিপদত ইমৰান খান, গ্ৰেপ্তাৰৰ সম্ভাৱনা

বিপদে লগ নেৰা হৈছে প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানক। কিছুদিন পূৰ্বে ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পিছত এইবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী কাৰগাৰমুখী...

Read moreDetails

কৃষ্ণ সাগৰত ৰাছিয়ান সেনাৰ দুখন টহলদাৰী নাও ধ্বংস কৰিলে কিয়েভে

ড্ৰোণ আক্ৰমণেৰে কৃষ্ণ সাগৰৰ স্নেক দ্বীপৰ ওচৰত ৰাছিয়ান সেনাৰ দুখন টহলদাৰী নাও ধ্বংস কৰে ইউক্ৰেইনে। এই সামৰিক সাফল্যৰ এক ভিডিঅ’ও...

Read moreDetails

লখিমপুৰ খেৰী হত্যাকাণ্ড: পাঁচ মে’ত খেৰীত সমবেত হ’ব সহস্ৰাধিক কৃষক

আন এক কৃষক বিদ্ৰোহৰ অভিকেন্দ্ৰ হোৱাৰ দিশে আগবাঢ়িছে উত্তৰ প্ৰদেশ। চলিত মাহৰ ৫ তাৰিখে ৰাজ্যখনৰ লখিমপুৰ খেৰী কঁপাবলৈ সাজু হৈছে...

Read moreDetails

“কাৰ হাতৰ ঠাঁৰত কাম কৰিছে অসম আৰক্ষীয়ে”: অসম আৰক্ষীলৈ প্ৰশ্ন জিগনেশ মেৱানীৰ

প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰা এটা টুইটৰ বাবে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীয়ে জামিন লাভ কৰাৰ পাছতেই আজি...

Read moreDetails

দহ সহস্ৰাধিকৰ অংশগ্ৰহণেৰে শিৱসাগৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ কাৰ্যসূচী সম্পন্ন

মোৰাৰজী দেশাই ইনষ্টিটিউট অৱ যোগা আৰু ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ সহযোগত আজি শিৱসাগৰত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ যোগ কাৰ্যসূচী।...

Read moreDetails

চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ চৰকৰ নামত শপত পাঠ; বিতৰ্কৰ মাজতেই অপসাৰিত ডীন

দেশৰ চিকিৎসা বিজ্ঞানীৰ শিক্ষাৰ্থীসকলক এইবাৰৰ পৰা ‘হিপ’ক্ৰেটিক ওৱাথ’ৰ সলনি ‘মহৰ্ষি চৰক শপত’ পাঠ কৰোৱাৰ বাবে কিছুদিন পূৰ্বে একাংশ হিন্দুত্ববাদী  সংগঠনে...

Read moreDetails

ৰাইজৰ দল এৰিলে কাৰ্যকৰী সভাপতি জিতুল ডেকাই; অচিৰেই যোগদান কৰিব আপত, উৰা মাৰিলে দিল্লীলৈ

কংগ্ৰেছৰ সমান্তৰালকৈ ৰাইজৰ দলতো চলিছে পদত্যাগৰ ঢৌ। এইবাৰ ৰাইজৰ দল এৰিলে কাৰ্যকৰী সভাপতি জিতুল ডেকাই। ৰাইজৰ দলত এয়া আন এক...

Read moreDetails

লক্ষ্য মোদীৰ ৰাজ্য! এইবাৰ গুজৰাটত গৈ বিজেপিক প্ৰত্যাহ্বান জনালে কেজৰিৱালে

দিল্লীৰ পিছত পঞ্জাৱতো চৰকাৰ গঠন কৰাৰ পিছত আম আদমী পাৰ্টিয়ে এইবাৰ তেওঁলোকৰ লক্ষ্য কেন্দ্ৰীভূত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাটত।...

Read moreDetails

কংগ্ৰেছৰ সৈতে নিমিলিল কথা; আজি নতুন পৰিকল্পনাৰ কথা সদৰী কৰিব প্ৰশান্ত কিশোৰে

ৰাজনীতিৰ কথাৰ বাহিৰে কোনো কাৰণতে তেওঁ আন কথাত মূৰ সোমাবলৈ আগ্ৰহী নহয়। নিজৰ লক্ষ্যত অটল থাকিয়েই ৰাজনৈতিক জীৱনৰ নতুন পৰিকল্পনাৰ...

Read moreDetails
Page 2682 of 5974 1 … 2,681 2,682 2,683 … 5,974

Stay Connected

Recent News