শীর্ষ সংবাদ

১৫ লাখতকৈ অধিক পৰিমাণৰ দুৰ্নীতি হ’লেহে অভিযোগ দিবলৈ আহ্বান জনালে বিজেপিৰ সাংসদে

কংগ্ৰেছৰ দুৰ্নীতিৰ প্ৰসঙ্গক মূল আধাৰ কৰি দুৰ্নীতি শূন্যৰ প্ৰতিশ্ৰুতিৰে দেশৰ শাসনলৈ অহা বিজেপি দলৰ নেতাৰ বাবে ১৫ টকাৰ তলৰ বিত্তীয়...

Read moreDetails

লুধিয়ানা আদালতৰ বিস্ফোৰণৰ সৈতে জড়িত উগ্ৰপন্থীক জাৰ্মানীত গ্ৰেপ্তাৰ

লুধিয়ানা আদালতৰ বিস্ফোৰণ গোচৰৰ সৈতে জড়িত থকা উগ্ৰপন্থী গোট শিখছ ফৰ জাষ্টিছ (SFJ) ৰ সদস্য জচবিন্দৰ সিং মুলতানিক সোমবাৰে জাৰ্মানীত...

Read moreDetails

নতুনকৈ দুবিধ ক’ভিদ ভেকচিন আৰু এটা এণ্টিভাইৰেল টেবলেটৰ অনুমোদন জনালে ভাৰতে

কেন্দ্ৰীয় চৰকাৰে আজি ক’ভিদৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পৰাকৈ নতুনকৈ দুটা ভেকচিন আৰু এটা এণ্টি-ভাইৰেল টেবলেটৰ অনুমোদন জনায়। শেহতীয়া ভেকচিন দুবিধ...

Read moreDetails

ক’ভিদৰ সংক্ৰমণ বৃদ্ধি, দিল্লীত হালধীয়া সতৰ্কতা জাৰি

ক’ভিদৰ ঘটনা বৃদ্ধিৰ মাজতে দিল্লীত হালধীয়া সতৰ্কতাৰ সৈতে নতুন নিষেধাজ্ঞা কাৰ্যকৰী হ'ব। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কিছু সময় পূৰ্বে এই কথা...

Read moreDetails

বজালীত মৰ্মান্তিক ঘটনা; মাতৃ-কনমানি পুত্ৰৰ একেলগে আত্মহত্যা

বজালীৰ শুকিলাৰপাৰ-কলবাৰীত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। একেলগে মাতৃ আৰু কণমানি পুত্ৰই কৰিলে আত্মহত্যা। বাঘমাৰাৰ ক্ষুদ্ৰ ব্যৱসায়ী মৃদুল বৈশ্যৰ...

Read moreDetails

ম’হৰ চোৰাং কাৰবাৰ! ৭ টা গুণা ম’হ ভৰ্তি গাড়ী জব্দ; ৫জন চোৰক গ্ৰেপ্তাৰ

শিৱসাগৰ আৰক্ষীয়ে নিশা উদ্ধাৰ কৰিছে ৭ টা গুণা ম'হ ভৰ্তি এখন এল পি গাড়ী। সোমবাৰে নিশা শিৱসাগৰ সদৰ আৰক্ষী থানাৰ...

Read moreDetails

নগাঁৱৰ জুৰীয়াত ১০বছৰীয়া নাবালিকাক নৃশংস হত্যা

সোমবাৰে নিশা নগাঁৱৰ জুৰীয়াত এগৰাকী ১০বছৰীয়া নাবালিকাক হত্যাৰ ঘটনা ঘটিছে। মৃত নাবালিকাগৰাকীক ছুমায়া আখতাৰ বুলি চিনাক্ত কৰা হৈছে। নাবালিকাগৰাকীৰ মৃতদেহটো...

Read moreDetails

ড্ৰাগছ বিৰোধী অভিযানত মাৰ্ঘেৰিটাত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

তিনিচুকীয়া আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত মৰ্ঘেৰিটাৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰই কয় যে অসম-অৰুণাচল সীমান্তৰ...

Read moreDetails

গুৱাহাটীত ৯৫জন সুৰাপায়ী চালকৰ অনুজ্ঞাপত্ৰ নিলম্বন মহানগৰ আৰক্ষীৰ

ৰাজ্যখনত সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতে মহানগৰ আৰক্ষীয়ে দেওবাৰে নিশা সুৰা পান কৰি গাড়ী চলোৱা ৯৫জন লোকৰ অনুজ্ঞাপত্ৰ...

Read moreDetails
Page 2918 of 5984 1 … 2,917 2,918 2,919 … 5,984

Stay Connected

Recent News