শীর্ষ সংবাদ

দেশৰ কেইবাখনো মহানগৰত নতুনকৈ স্থাপন হ’ব অসম ভৱন

অসম চৰকাৰে দেশৰ কেইখনমান মহানগৰত নতুনকৈ অসম ভৱন স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। বিশেষকৈ শিক্ষাৰ্থী আৰু ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰে...

Read moreDetails

লখিমপুৰ খেৰী কাণ্ড: উত্তৰ প্ৰদেশ চৰকাৰক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ গোচৰৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰৰ স্থিতিক পুনৰবাৰ ককৰ্থনা কৰিলে উচ্চতম ন্যায়ালয়ে। আজি গোচৰটোৰ শুনানিৰ...

Read moreDetails

হেঁচা! অশোক শইকীয়াৰ গ্ৰেপ্তাৰৰ প্ৰসংগত কি ক’লে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই?

প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়াৰ গ্ৰেপ্তাৰত কংগ্ৰেছে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ তুলিছে। কিন্তু এইবোৰ হেঁচা প্ৰয়োগ কৰাৰ কথা...

Read moreDetails

New Covid SOP: ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন কোভিড SOP, কি আছে নতুন SOP ত?

কোভিডৰ সংক্ৰমণ ৰাজ্যৰ বিভিন্ন প্ৰান্ত কম-বেছি পৰিমাণে অব্যাহত থকাৰ সময়তে আজি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এখন নতুন...

Read moreDetails

আলফা(স্বাধীন) সন্দৰ্ভত বিশেষ বাৰ্তা লৈ নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আলফা(স্বাধীন) সন্দৰ্ভত বিশেষ বাৰ্তা লৈ তিনিদিনীয়া ভ্ৰমণ সূচীৰে আজি দুপৰীয়া নতুন দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ নতুন...

Read moreDetails

বিশ্বনাথত উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা,নগদ ধন

আজি বিশ্বনাথৰ বাঘমাৰিৰ চাহ বাগিচাৰ ৫ নং লাইনৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জাসহ ৩,১১,১৮০ টকাৰ নগদ ধন। বিশ্বনাথ...

Read moreDetails

কোকৰাঝাৰত চিআইটিৰ প্ৰথম সমাৱৰ্তনৰ সফল সামৰণি, শিক্ষাৰ্থীক সম্বৰ্ধনা

ঐতিহাসিক বিটিচি চুক্তি সম্পাদনাৰে বিগত ২০০৬ চনত স্থাপিত কোকৰাঝাৰ চহৰৰ বালাজানস্থিত  কেন্দ্ৰীয় কাৰিকৰী শিক্ষানুষ্ঠান চমুকৈ চি আই টিৰ প্ৰথম সমাৱৰ্তনখন...

Read moreDetails

বৰুৱা দম্পতী হত্যাকাণ্ডৰ নতুন মোৰ: ‘ মই হত্যা কৰা নাই,পুলিচৰ মাৰতহে হত্যা কৰা বুলি কৈছিলো’—আকাশ চৌধুৰী

বেলতলাৰ বৰুৱা দম্পতী হত্যাকাণ্ডই নতুন মোৰ হৈছে। আৰক্ষীয়ে কিছুদিন পূৰ্বে প্ৰকাশ কৰিছিল যে বৰুৱা দম্পতীক কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে হত্যা কৰিছিল।...

Read moreDetails

প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়াৰ জামিন মঞ্জুৰ আদালতৰ

কালি গ্ৰেপ্তাৰ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়াৰ জামিন মঞ্জুৰ কৰিছে আদালতে।কাইলৈ পুনৰ আদালতত শুনানি হ'ব এই গোচৰৰ।...

Read moreDetails

শিৱসাগৰ জিলাক পুৰাতত্ত্ব উদ্যান হিচাপে গঢ়ি তোলাৰ দাবীত আহোম সেনাৰ ধৰ্ণা

আহোম যুগৰ বহু ঐতিহাসিক সমলেৰে ভৰপূৰ শিৱসাগৰ জিলা। বিভিন্ন সময়ত শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ চিটি হিচাপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰি...

Read moreDetails
Page 3049 of 5991 1 … 3,048 3,049 3,050 … 5,991

Stay Connected

Recent News