পুনৰ ব্ৰহ্মপুত্ৰৰ আবতৰীয়া বানে যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অধীনৰ জাঁজীমুখত সৃষ্টি কৰিছে অৱৰ্ণনীয় অৱস্থা। আজি বিয়লিৰ পৰা নৈ কাষৰীয়া...
Read moreDetailsশেহতীয়াকৈ বিধায়ক ভাস্কৰ শৰ্মাৰ পালি পহৰীয়া সকলৰ কাণ্ড কাৰখানা দেখি এতিয়া চকু কপালত উঠিছে ৰাইজৰ৷ বিধায়ক ভাস্কৰ শৰ্মাৰ অতি ঘনিষ্ঠ ...
Read moreDetailsফ্ৰাইডেইছ ফৰ ফিউচাৰ গুৱাহাটীৰ আহ্বান মৰ্মে আজি লেটছ পেডেল বিশ্বনাথ চাৰিআলিৰ উদ্যোগত দিহিং পাটকাই আৰু বাঘজানত প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাক কেন্দ্ৰ...
Read moreDetailsমথুৰাৰ কৃষ্ণ জন্মভূমিৰ বিষয়টো সন্দৰ্ভত নতুনকৈ বিতৰ্কৰ সূচনা হোৱাত স্তম্ভিত হৈছে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ৱাইছি। আজি এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত...
Read moreDetailsশীত ক্ৰমাৎ আগুৱাই আহিছে। বছৰৰ বাৰটা মাহেই বৰফেৰে ঢাক খাই থকা লাডাখৰ বৰণৰ আৱৰণ আৰু অধিক ডাঠ হৈ পৰিছে। কিন্তু...
Read moreDetailsঅসমৰ অন্যতম পুৰণি সাংবাদিক সংস্থা শিৱসাগৰ জিলা সাংবাদিক সংস্থাই অতিক্ৰম কৰিলে গৌৰৱোজ্জল ৫৬ টা বছৰ। ১৯৬৪ চনৰ ২৭ ছেপ্তেম্বৰত প্ৰয়াত...
Read moreDetailsৰাজ্যপালৰ শাসনৰ লগতে মহামাৰী ক'ৰ'নাৰ বাবে বিটিচি অঞ্চলত উন্নয়ন স্থবিৰ হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত অতি...
Read moreDetails১৯৮০ চনৰে পৰা স্বদেশ আৰু স্বজাতিৰ গীত গাই মানুহক জগাই অহা শিল্পী মহেন্দ্ৰ হাজৰিকা আজি ব্যথিত, আশাহত। ভাবিছিল কিবা এটা...
Read moreDetailsশনিবাৰে নিশা শিৱসাগৰ নগৰৰ মাজমজিয়াস্থিত দুটা মছজিদত চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিৱসাগৰৰ এল কে বি ৰোডত থকা ন...
Read moreDetailsঅসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰি পাছত দেওবাৰে আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে পদত্যাগ কৰিছে। উক্ত পৰীক্ষাৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd