শীর্ষ সংবাদ

“একে লগে বসবাস, সন্তানৰ জন্ম; তাৰ পাছত ধৰ্ষণৰ অভিযোগ কেনেকৈ?” লিভ-ইন সম্পৰ্কক লৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

লিভ-ইন সম্পৰ্ক আৰু বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। দীৰ্ঘদিন...

Read moreDetails

গান্ধীৰ ‘সত্যাগ্ৰহ’ৰ পথত কেজৰিৱাল! আবকাৰী গোচৰত ন্যায়াধীশ শৰ্মাক বৰ্জন, জনালে…

দিল্লী আবকাৰী কেলেংকাৰীৰ গোচৰত ন্যায়াধীশ ড০ স্বৰ্ণ কান্ত শৰ্মাক বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। এই গোচৰত...

Read moreDetails

পত্নীক হত্যা কৰাৰ পিছত ড্ৰামত লুকুৱালে মৃতদেহ, তাৰ ওপৰত ঢালি দিলে চিমেণ্ট; ধৰা পৰিল কেনেকৈ?

গুজৰাটৰ চুৰাটত এজন লোকে পত্নীক হত্যা কৰি উৱলি যোৱা মৃতদেহ কাঠৰ ড্ৰামত লুকুৱাই ৰাখিছিল। পুলিচক বিভ্ৰান্ত কৰিবলৈ তেওঁ নিৰুদ্দেশ হোৱা...

Read moreDetails

জ্যোতি চিত্ৰবনত ‘মৰমৰ দেউতা’ৰ ট্ৰেইলাৰ, আনুষ্ঠানিক পোষ্টাৰ আৰু শীৰ্ষ গীত মুকলি

ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ জনপ্ৰিয় কিশোৰ উপন্যাসৰ আধাৰত নিৰ্মিত বহু প্ৰতীক্ষিত অসমীয়া চলচ্চিত্ৰ ‘মৰমৰ দেউতা'ৰ ট্ৰেইলাৰ, পোষ্টাৰ আৰু শীৰ্ষ  গীতটি...

Read moreDetails

নেতানিয়াহুক উৎখাত কৰিবলৈ ‘টুগেদাৰ’ জোঁট গঠন কৰিলে দুই বিৰোধী বেনেট আৰু লেপিডে

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ দুই মূল ৰাজনৈতিক প্ৰতিদ্বন্দ্বীয়ে তেওঁক ক্ষমতাৰ পৰা অপসাৰণৰ বাবে যুঁজত নামিছে। চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত...

Read moreDetails

অভিনৱ কৌশল, শৌচাগাৰলৈ গৈ নকলৰ আশ্ৰয় এইমছৰ শিক্ষাৰ্থীৰ! বাতিল MBBS-ৰ পৰীক্ষা

দিল্লী এইমছৰ দৰে দেশৰ অন্যতম শীৰ্ষ চিকিৎসা প্ৰতিষ্ঠানতো নকলৰ বাবে এটা MBBS পৰীক্ষা বাতিল কৰা হৈছে। অভিযোগ অনুসৰি পৰীক্ষাৰ সময়ত...

Read moreDetails

‘ইমান ৰাতি বাহিৰত কিয়?’ আৰক্ষীৰ গুলীত নিহত ফুড ডেলিভাৰী কৰ্মী, গুৰুতৰভাৱে আহত এজন

বন্ধুৰ সৈতে ঘৰুৱা অনুষ্ঠান এটাৰ পৰা উভতি আহি আছিল পাণ্ডৱ কুমাৰ (২১) নামৰ এজন যুৱক। সময় তেতিয়া মাজনিশা। দিল্লী আৰক্ষীৰ...

Read moreDetails

পাকিস্তানত অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ শ্বেখ ইউছুফ আফ্ৰিদী

পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰ পখতুনখোৱা প্ৰদেশত অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত হৈছে লস্কৰ-ই-তৈবাৰ (LeT)ৰ প্ৰভাৱশালী কমাণ্ডাৰ শ্বেখ ইউছুফ আফ্ৰিদী। এটাৰ পিছত এটাকৈ...

Read moreDetails

গ্ৰীষ্মকালত আম আৰু ৰক্তচাপ: জানক পুষ্টিবিদৰ পৰামৰ্শ

গ্ৰীষ্মকাল মানেই হৈছে ৰসাল আৰু মিঠা আমৰ বতৰ। কিন্তু বহুতো লোকৰ মনত এটা প্ৰশ্ন সঘনাই উদয় হয় যে ইমান মিঠা...

Read moreDetails

হিমালয়ত পুনৰ মহাপ্ৰলয়ৰ আশংকা! ৰাউনথি নদীত ওলমি থকা হিমবাহক লৈ এন জি টিৰ জৰুৰী হস্তক্ষেপ

কেন্দ্ৰীয় হিমালয়ৰ উত্তৰাখণ্ড অংশত ওলমি থকা এটা বিশালাকায় হিমবাহে (Hanging Glacier) সৃষ্টি কৰিব পৰা সম্ভাব্য বিপদৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে...

Read moreDetails
Page 349 of 6014 1 … 348 349 350 … 6,014

Stay Connected

Recent News