শীর্ষ সংবাদ

দেশৰ হৃদপিণ্ডত ক’ৰ’নাৰ বজ্ৰাঘাত: এদিনতে আক্ৰান্ত ১৭ হাজাৰৰো অধিক লোক

ক’ৰ’নাই এতিয়া দেশৰ ১১ খন ৰাজ্যত মহাসংহাৰৰ সৃষ্টি কৰিছে। দেশৰ ৰাজধানী চহৰ দিল্লীত মাত্ৰ এটা দিনৰ ভিতৰতে ক’ৰ’নাথ আক্ৰান্ত হৈছে...

Read moreDetails

শোকাৱহ: পবিতৰা অভয়াৰণ্যত বন বিভাগৰ হাতীৰ গচকত মৃত্যু মাউতৰ

ৰঙালীৰ আনন্দত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত আজি সংঘটিত হৈছে শোকাৱহ ঘটনা। পবিতৰা অভয়াৰণ্যত পৰ্যটকৰ হাতী ছাফাৰীৰ...

Read moreDetails

কভিড হটস্পট হৈ পৰিল কুম্ভমেলা, ৯জন পুৰোহিতসহ দুদিনতে আক্ৰান্ত হ’ল এহেজাৰৰো অধিক

ক'ভিড-১৯ৰ হটস্পট হিচাপে পৰিগণিত হৈছে হৰিদ্বাৰত আৰম্ভ হোৱা কুম্ভ মেলাস্থলী। অনুষ্ঠিত হোৱা দুদিনৰ ভিতৰতে কুম্ভমেলাস্থলীত ১,০০০ জনতকৈও অধিক ভক্তৰ ক'ভিড...

Read moreDetails

অসমতো হ’ব নেকি পৰীক্ষা বাতিল! কি পৰামৰ্শ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ?

দেশত কোভিডৰ সংক্ৰমণে কালান্তক ৰূপ ধাৰণ কৰিছে। অসমতো কোভিডত আক্ৰান্ত আৰু মৃত্যু ঘটা লোকৰ সংখ্যা দৈনিক বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।...

Read moreDetails

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

বাবৰ আজমে পৰাভূত কৰিলে বিৰাট কোহলীক। অৱশ্যে খেলপথাৰত নহয়, আইচিচিৰ এদিনীয়া ৰেংকিঙতহে! বুধবাৰে পাকিস্তানৰ তাৰকা বেটছমেনজনে আইচিচিৰ এদিনীয়া বেটিং ৰেংকিঙত...

Read moreDetails

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

ৰাজ্যৰ বিভিন্ন স্থানত সৌন্দৰ্য প্ৰতিযোগিতা আয়োজন কৰা হৈ আহিছে যদিও অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ সময়তে ৰাজ্যৰ এক বিশেষ স্থানত...

Read moreDetails

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

ক'ভিড-১৯ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সংবাদকৰ্মীসকলক প্ৰাথমিক যোদ্ধা হিচাপে গণ্য কৰি তেওঁলোকক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হ'ব লাগে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ...

Read moreDetails

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

এগৰাকী ক'ভিড-১৯ ৰোগীক ওপৰত যৌনকাংক্ষা পূৰণৰ প্ৰস্তাৱ দিয়াৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে এজন চিকিৎসা বিষয়াক। ঘটনাটো সংঘটিত হৈছে মুম্বাইৰ আন্ধেৰিৰ...

Read moreDetails

হৰিষৰ মাজতে বিষাদ: বিশ্বনাথত গৰু ধুৱাবলৈ গৈ ভাতৃ-ভগ্নীসহ ৫ জনৰ মৃত্যু , ডিব্ৰুগড়তো ২ যুৱকৰ সলিল সমাধি

ৰঙালীৰ আনন্দত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে গৰুক গা ধুৱাবলৈ গৈ বিশ্বনাথত  দুই ভাতৃ-ভগ্নীৰ সলিল সমাধি ঘটে। গৰু বিহুৰ দিনাই...

Read moreDetails

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

'এম ভি এভাৰ গিভেন' (MV Ever Given) নামৰ বৃহদাকাৰ জাহাজখনৰ স্বত্বাধিকাৰৰ পৰা চুৱেজ খাল কৰ্তৃপক্ষই ৯০০ মিলিয়ন ডলাৰ ক্ষতিপূৰণৰ দাবী...

Read moreDetails
Page 3521 of 6013 1 … 3,520 3,521 3,522 … 6,013

Stay Connected

Recent News