শীর্ষ সংবাদ

অগ্নিগৰ্ভ ম্যানমাৰ! সেনাৰ হাতত নিহত ৭০০ গণতন্ত্ৰকামী নাগৰিক

ম্যানমাৰৰ পৰিস্থিতি বৰ্তমান অগ্নিগৰ্ভ হৈ পৰিছে। দেশখনৰ সামগ্ৰিক পৰিস্থিতি ইমানেই অৱনতি ঘটিছে যে এতিয়া দেশখনৰ নাগৰিকসকলে প্ৰতিনিয়ত সন্ত্ৰাসৰ মাজত দিন...

Read moreDetails

ভেকচিন নহয়, পূজা-পাতলেৰে ক’ৰ’ণা দূৰ কৰাৰ চেষ্টা মাস্ক নিপিন্ধা বিজেপি মন্ত্ৰীৰ!

যিটো সময়ত ক’ৰ’ণাৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰিছে সেই সময়তে বিজেপিৰ এগৰাকী মন্ত্ৰীয়ে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাকৈয়ে...

Read moreDetails

প্ৰকৃতিৰ ৰোষত ধ্বংসৰ মুখত ৩হাজাৰ পুৰণি এখন চহৰ; কিয় হ’ল এনে দশা?

ইটালীৰ এখন তিনি হাজাৰ পুৰণি এখন চহৰ এতিয়া ধ্বংস মুখত। প্ৰকৃতিৰ ৰোষত পৰিয়েই ধ্বংসৰ পথলৈ গতি কৰিছে এই চহৰখন। এই...

Read moreDetails

প্রতিবাদত সেওঁ মানিলে বিজেপিয়ে, উন্নাওৰ বলাৎকাৰী প্ৰাক্তন বিধায়কৰ পত্নীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ

এগৰাকী বলাৎকাৰী প্ৰাক্তন বিজেপি বিধায়কৰ পত্নীক পঞ্চায়ত নিৰ্বাচনৰ টিকট দি বাৰুকৈয়ে গণৰোষৰ সন্মুখীন হ’ল বিজেপি। উত্তৰ প্ৰদেশৰ বলাৎকাৰী প্ৰাক্তন বিজেপি...

Read moreDetails

ৰাজ্যত কৰ’নাৰ প্ৰকোপ বৃদ্ধি; নতুনকৈ আক্ৰান্ত ৩৫২গৰাকী, এগৰাকীৰ মৃত্যু

ৰাজ্যত ক’ৰনাৰ সংক্ৰমণৰ গতি উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ লৈছে। কৰ’নাৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱা ৰাজ্যখনত দেওবাৰে নতুনকৈ ৩৫২ গৰাকী লোক কৰ’নাত আক্ৰান্ত...

Read moreDetails

বিশ্বনাথত ধুমুহাত ঘৰ ভাঙি কৰুণ মৃত্যুক সাৱটিলে এজন লোকে

ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া ধুমুহাই কালান্তক ৰূপ ধাৰণ কৰিছে। এনে সময়তে শেহতীয়াকৈ বিশ্বনাথত অহা বতাহ ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন...

Read moreDetails

ওদালগুৰিৰ মহিলাক দৰঙত গণধৰ্ষণ কৰি হত্যা! : তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

দৰঙৰ জিলাৰ দলগাঁৱত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰিছে দৰং আৰক্ষীয়ে। মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে ৰাজ্যত পুনৰ মহিলাক গণধৰ্ষণ কৰি হত্যা...

Read moreDetails

অগ্নিকাণ্ডত পতিত হ’ল এজন হাজিৰা শ্ৰমিকে প্ৰতিষ্ঠা কৰা এটা পুথিভঁৰাল, ক’ত?

শুকুৰবাৰে কৰ্ণাটকৰ মায়ছুৰুত এটা ৰাজহুৱা পুথিভঁৰালত কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। পুথিভঁৰালটোত কান্নাড়া ভাষাত লিখা প্ৰায় ১১,০০০ খন কিতাপ সংগ্ৰহ...

Read moreDetails

পৰকীয়া প্ৰেমৰ সন্দেহ! ৰাস্তাৰ মাজতে স্বামীয়ে ছুৰিৰে হানি খুচি হত্যা কৰিলে পত্নীক, ক’ত?

পৰকীয়া প্ৰেমৰ সন্দেহত নিজৰ পত্নীক এখন বজাৰৰ মাজতে চুৰিকাঘাত কৰি হত্যা কৰাৰ এটা ঘটনা সংঘটিত হৈছে। দিল্লীৰ ৰোহিনি অঞ্চলত শনিবাৰে...

Read moreDetails

সাৱধান হওক : ৰে’লতেই মৃত্যু ঘটিল ৩০ বছৰীয়া কোভিড আক্ৰান্ত যুৱক

চলন্ত ৰে’লত ৩০ বছৰীয়া এগৰাকী কোভিড আক্ৰান্ত যুৱকৰ মৃত্যু ঘটিছে। দেওবাৰে পোহৰলৈ আহিছে এই মৰ্মস্পৰ্শী খবৰটো। ঘটনাৰ বিৱৰণীৰ মতে যোৱা...

Read moreDetails
Page 3532 of 6016 1 … 3,531 3,532 3,533 … 6,016

Stay Connected

Recent News