দেশে ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে নগাঁও জিলাৰ চামগুৰি ডাকঘৰত স্বাধীনতা দিৱস উদযাপন নকৰাৰ তথ্য পোহৰলৈ অহাত তীব্ৰ...
Read moreDetailsকৰ’না ভাইৰাছৰ প্ৰথম পৰ্যায়ৰ ভেকচিন উৎপাদনৰ কাম সম্পন্ন কৰিছে। দেশখনৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ পৰা সংবাদ প্ৰতিষ্ঠানক এই কথা জানিবলৈ দিয়া হৈছে।...
Read moreDetailsদেওবাৰ বন্ধৰ দিন। এই দিনটোত সকলো বিদ্যালয় বন্ধ থাকে। কিন্তু সকলো বিদ্যালয় বুলি ক’লে হয়তো ভুল কৰা হ’ব। কাৰণ দেশৰ...
Read moreDetailsইয়াতকৈ মানৱতাক ভূলুণ্ঠিত কৰিব পৰা ঘটনা আৰু কি হ’ব পাৰে। উত্তৰ-প্ৰদেশৰ লখিমপুৰ খিৰি সংঘটিত হৈছে এক নৃশংস, বৰ্বৰ ঘটনা। এগৰাকী...
Read moreDetailsমহামাৰী ক’ৰ’ণাৰ মহাসংক্ৰমণৰ সময়ত বিশ্বৰ বিভিন্ন দেশত বন্ধ হৈ পৰিছে বিদ্যালয় সমূহ। ভাৰততো আজিও বন্ধ আছে বিদ্যালয়। ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ...
Read moreDetailsদীৰ্ঘদিন ধৰি অৱসৰৰ বিষয়ে চৰ্চা চলি থকাৰ পাছত শনিবাৰে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ...
Read moreDetailsবিশ্বত বহু অলৌকিকতাৰে পৰিপূৰ্ণ অঞ্চল থকাৰ দৰে ভাৰততো এনে বহু ঠাই আছে যিবোৰ ঠাইৰ ৰহস্য আজিও ভেদ হোৱা নাই। ভাৰতৰ...
Read moreDetailsৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা তথা অভিযোগৰ সমাধান দিবলৈ ৰে’ল বিভাগে আৰম্ভ কৰিছে এটা বিশেষ প’ৰ্টেল। যাত্ৰাৰ...
Read moreDetailsদেশৰ স্বাধীনতা দিৱসৰ দিনা আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকে ইন্টাৰনেচনেল ৰাইনো ফাউণ্ডেচনৰ সহযোগত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণত সহায়ক হোৱাকৈ কাৰ্বি আংলং জিলা...
Read moreDetailsআৰু সাতগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৮২লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে—...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd