শীর্ষ সংবাদ

মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ প্ৰজনন বৃদ্ধি, কিন্তু এতিয়াও কণ্টকময় পুনৰুদ্ধাৰৰ পথ

অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এসময়ত সম্পূৰ্ণৰূপে বিলুপ্ত হোৱা এশিঙীয়া গঁড়ৰ সংখ্যা পুনৰ বৃদ্ধি পাবলৈ ধৰিছে আৰু শেহতীয়া এক অধ্যয়নত এই...

Read moreDetails

নতুন দিল্লীত নিৰ্যাতনৰ বলি উত্তৰ-পূবৰ দুই যুৱতী : অভিযুক্তক চিনাক্ত কৰি আৰক্ষীৰ অভিযান

নতুন দিল্লীৰ নেহৰু প্লেচ অঞ্চলত যোৱা ১০ মে'ৰ পুৱা উত্তৰ-পূবৰ দুগৰাকী যুৱতী ভয়ংকৰ হাৰাশাস্তিৰ বলি হোৱাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ...

Read moreDetails

সাংবাদিক! বৌদ্ধিক মৰ্যাদাৰ আঁৰত এজন অসহায় শ্ৰমিক

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে পৰিচিত সংবাদ মাধ্যমৰ স্বাধীনতা আৰু নিৰপেক্ষতা বহুলাংশে নিৰ্ভৰ কৰে সাংবাদিকসকলৰ সামগ্ৰিক নিৰাপত্তা আৰু আৰ্থিক স্বাধীনতাৰ ওপৰত।...

Read moreDetails

ৰাজনৈতিক সৌজন্যতাবোধ: এম কে ষ্টালিনক সাক্ষাৎ কৰি আলিংগন, কৰমৰ্দন মুখ্যমন্ত্ৰী বিজয়ৰ

তামিলনাডুৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে সোমবাৰে দ্ৰাবিড় মুন্নেত্ৰা কাঝাগাম চমুকৈ ডিএমকেৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী এম কে ষ্টালিনক তেওঁৰ...

Read moreDetails

১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব নতুন ভিবি-জি ৰাম জি আইন, বিলুপ্ত হ’ব মনৰেগা

কেন্দ্ৰীয় চৰকাৰে সোমবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি জনাইছে যে অহা ১ জুলাইৰ পৰা সমগ্ৰ দেশতে নতুন বিকশিত ভাৰত — গেৰাণ্টি...

Read moreDetails

অসমত উদ্বেগজনকভাৱে বৃদ্ধি পালে চূড়ান্ত সিদ্ধান্তৰ ঘটনা : ২০২৪ বৰ্ষত পঞ্জীয়ন ৩,২০৩ টা ঘটনা

গৃহ মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি ২০২৪ বৰ্ষত অসমত আত্মহত্যাৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যোৱা এটা বছৰত ৰাজ্যখনত মুঠ ৩,২০৩...

Read moreDetails

SIR প্ৰক্ৰিয়াৰ বিসংগতিয়ে নিৰ্বাচনৰ ফলাফলত প্রভাৱ পেলাইছে: উচ্চতম ন্যায়ালয়ত তৃণমূল কংগ্ৰেছৰ গোচৰ

পশ্চিমবংগৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ সময়ত বিশেষ নিৰ্বপন সংশোধন বা এছ আই আৰ প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা বহু ভোটাৰৰ নাম...

Read moreDetails

সুকেশৰ অতীত জানিও উপহাৰ লৈছিল জেকলিনে : জেকলিনৰ মন্তব্য গ্ৰহণৰ বাবে সাজু নহয় ইডি

বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ বাবে সমস্যা যেন ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ২০০ কোটি টকাৰ ধনৰ অবৈধ লেনদেনৰ গোচৰত জেকলিনে চৰকাৰী সাক্ষী...

Read moreDetails

মালদাৰ মোথাবাৰী কাণ্ড: মাত্ৰ দুমাহৰ ভিতৰত এন আই এক তদন্ত শেষ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

মালদা জিলাৰ মোথাবাৰী কাণ্ডক লৈ উচ্চতম ন্যায়ালয়ে এক কঠোৰ নিৰ্দেশ দিছে। সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে স্পষ্টভাৱে জনাই...

Read moreDetails
Page 363 of 6056 1 … 362 363 364 … 6,056

Stay Connected

Recent News