শীর্ষ সংবাদ

‘জাতিধ্বংসী’ বিধেয়কক অসমৰ সাংসদৰ সমৰ্থনৰ বিপৰীতে বিৰোধিতা বাঙালী, মাৰাঠী, ওড়িয়া সাংসদৰ

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ পৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব পৰা ৰাজ্য হিচাপে অসমৰ সাংসদসকলে দলৰ স্বাৰ্থতকৈ অসমীয়াৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগিছিল যদিও...

Read moreDetails

জনতা ভৱনৰ সন্মুখত ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ; পলাশ চাংমাইক আটক

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ চলাই অহা কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৭০ টাকৈ জাতীয়-জনগোষ্ঠীয়...

Read moreDetails

যৌন নিৰ্য্যাতনৰ গোচৰ : অজুহাতত হাজিৰ নহ’ল মন্ত্ৰী ৰাজেন গোহাঁই; পুনৰ নিৰ্দেশ আদালতৰ

এগৰাকী বিবাহিতা মহিলাক যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী তথা নগাওঁ সমষ্টিৰ বিজেপি সাংসদ ৰাজেন গোহাঁইক ৮ জানুৱাৰিত...

Read moreDetails

প্ৰসংগ নাগৰিকত্ব বিধেয়ক : মাৰ্ঘেৰিটা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰো অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন ঘোষণা

ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাত আজিৰ পৰা অনিৰ্দিষ্টকালীন শ্ৰেনীবৰ্জন কাৰ্য্যসূচী ঘোষণা কৰাৰ পিছতে মাৰ্ঘেৰিটা মহাবিদ্যালয়...

Read moreDetails

অসম বন্ধ : মাজুলীত খোদ উপায়ুক্তৰ কাৰ্যালয়কে ধৰি আছুৱে বন্ধ কৰি দিলে কেইবাটাও চৰকাৰী কাৰ্য্যালয়

৮ জানুৱাৰিত আছু আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনে সন্মিলিতভাৱে আহ্বান জনোৱা অসম বন্ধৰ সময়ত মুখ্য মন্ত্ৰী সমষ্টি মাজুলীত খোদ উপায়ুক্তৰ...

Read moreDetails

বিহুৰ সময়তে ৰন্ধন গেছৰ তীব্ৰ নাটনিৰ শংকা; ১০ জানুৱাৰিৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট ৰন্ধন গেছ পৰিবহণ সংস্থাৰ

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অহা ১০ জানুৱাৰিৰ পৰা উত্তৰ পূব এল পি জি পৰিৱহণ সংস্থা (North East (Packed) LPG Transporters Association)ই...

Read moreDetails

ঐক্যবদ্ধ হ’ল সমগ্ৰ উত্তৰ-পূব; বিজেপিশাসিত মণিপুৰ, ত্ৰিপুৰাকে ধৰি বন্ধ সৰ্বাত্মক আছিল মেঘালয়, মিজোৰাম, নাগালেণ্ডতো

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাত সমগ্ৰ উত্তৰ-পূবৰ জনগণক ঐক্যবদ্ধ ৰূপত আন্দোলন কৰা দেখা গ'ল ৮ জানুৱাৰিৰ উত্তৰ-পূব বন্ধৰ জৰিয়তে। উত্তৰ-পূবৰ...

Read moreDetails

এইবাৰ জাগিছে কটনিয়ান, জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে এইবাৰ জাগিছে কটনিয়ানসকল। নাগৰিকত্ব সংশোধনী বিধেয়কখন গ্ৰহণৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অসমক পুনৰ অসম আন্দোলনৰ দিশত ঠেলি দিবলৈ ওলোৱা...

Read moreDetails

‘জাতিধ্বংসী’ বিধেয়কক লৈ অসম বিজেপিত দলৰ মজিয়াতে ক্ষোভ : কেইবাজনৰো পদত্যাগ

অসমৰ ৰাইজ তথা বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে কৰা আন্দোলনক সম্পূৰ্ণৰূপে ভেঙুচালি কৰি শাসকদল বিজেপিয়ে লোকসভাত গৃহীত কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক। দলটোৰ...

Read moreDetails

অসমৰ সাংসদসকলে দুৰ্য্যোগৰ সময়ত একোৱেই ভূমিকা গ্ৰহণ নকৰিলে : অখিল গগৈ

“জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত অসমৰ সাংসদসকলে দুৰ্য্যোগৰ সময়ত একোৱেই ভূমিকা গ্ৰহণ নকৰিলে।” আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক কাৰ্য্যালয়ত...

Read moreDetails
Page 4887 of 5264 1 4,886 4,887 4,888 5,264

Stay Connected

Recent News