শেহতীয়াকৈ আলফাৰ সক্ৰিয়তা ভালেখিনি বৃদ্ধি পোৱাৰ মাজতে আজি গুৱাহাটীত আলফাৰ নামত ধন দাবী কৰা এজন যুৱক আৰক্ষীৰ জালত পৰে। গড়চুক...
Read moreDetailsতিনিচুকীয়াৰ ধলাত পাঁচজনকৈ নিৰীহ লোকক হত্যা কৰা ঘটনাই আজি চাৰিটা দিন অতিক্ৰম কৰিলে। কিন্তু এতিয়ালৈ এই নাৰকীয় কাণ্ডৰ লগত কোন...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়কৰ গইনা লৈ অসমত সৃষ্টি হোৱা বিদ্বেষৰ পৰিস্থিতিৰ সুযোগত সুকীয়া বৰাক দাবী কৰা প্ৰদীপ দত্ত ৰয়ৰ লগতে নিখিল...
Read moreDetailsখং-অভিমানত ঘৰৰ পৰা ওলাই গৈছিল বাইদেউ। যোৱা আঢ়ৈটা বছৰ তেওঁ ঘৰলৈ অহা নাছিল। অৱশেষত বাইদেউৰ অভিমান কমিল। আজি উভতি আহিছে।...
Read moreDetailsৰাজ্যৰ খিলঞ্জীয়া নাগৰিকে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ নিৰন্তৰ সংশয় প্ৰকাশ কৰি থকা আৰু তাৰ বিৰুদ্ধে নিতৌ প্ৰতিবাদ কৰি থকা সত্ত্বেও...
Read moreDetailsৰাজ্যৰ অশান্ত ৰাজনৈতিক বাতাবৰণৰ মাজতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে। আজি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া হৰেন্দ্ৰ...
Read moreDetailsব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰি কেইগৰাকীমান যুৱতী বলি হ’বলগীয়া হৈছে যৌন নিৰ্যাতনৰ। এই ভয়ংকৰ কাণ্ড পোহৰলৈ অহাত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি...
Read moreDetailsদুৰ্নীতিৰ তথ্য-প্ৰমাণ দাঙি ধৰা অখিল গগৈৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ পিছতে ৰাজ্যখনৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্বই এইবাৰ স্বৰাজ অসমৰ ভৱেন...
Read moreDetailsবিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেবৰ মন্তব্যক লৈ ৰাজ্যৰ সৰ্বত্ৰে চৰ্চা হৈ থকাৰ সময়তে বিধায়কজনক বিতৰ্কিত তথা উচটনিমূলক মন্তব্য বিজেপিৰ নিৰ্দেশতেই...
Read moreDetails“অহা বছৰৰ পৰা অসমত নাথাকিব এখনো কাঠৰ দলং। ৰাজ্যৰ সকলো দলঙেই পকী কৰা হ’ব লাচিত-চিলাৰায় সেঁতু নিৰ্মাণ পৰিযোজনাৰ অধীনত।” যোৱা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd