শীর্ষ সংবাদ

ৱাংখেড়েত সূৰ্যৰ বেটিং উত্তাপ! আমেৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ টিম ইণ্ডিয়াৰ

ক্ৰিকেটত আমেৰিকা তেনেই নতুন দল। সেইবুলি উৰুৱাই দিব পৰা দল নহয়। অৱশ্যে শনিবাৰৰ মেচখন ভবাৰ দৰে সহজ নাছিল। প্ৰথমে বেটিং...

Read moreDetails

ধূলিময় পৰিৱেশৰ কৱলত মহানগৰী: আপোনাৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ জানক এই জৰুৰী কথাখিনি

বৰ্তমান সময়ত জলবায়ুৰ পৰিবৰ্তনৰ লগতে চৌদিশে এক শুকান তথা ধূলিময় পৰিৱেশে বিৰাজ কৰিছে। বিশেষকৈ গুৱাহাটী মহানগৰীৰ চুকে-কোণে চলি থকা বিভিন্ন...

Read moreDetails

বাৰে বাৰে হিকটি অহাটো কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ

হিকটি অহাটো আমাৰ সকলোৰে বাবে এক অতি সাধাৰণ তথা পৰিচিত অভিজ্ঞতা। সাধাৰণতে হঠাতে অতিপাত ঠাণ্ডা পানী খালে, খেলিলে বা বেছিকৈ...

Read moreDetails

মেঘালয়ৰ অবৈধ কয়লা খনিৰ বিস্ফোৰণত মৃত্যুৰ সংখ্যা ২৫ লৈ বৃদ্ধি, দুজনক গ্ৰেপ্তাৰ

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ মাইনচিংগাত-থাংকো অঞ্চলত এটা অবৈধ কয়লা খনিত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ২৫...

Read moreDetails

পীযূষ হাজৰিকাৰ ‘ঘনিষ্ঠ’ আৰ এছ গান্ধীক উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকাৰ মাজতে শিল খননৰ অনুমতি!

অসমত শিলৰ অবৈধ খননক লৈ উচ্চতম ন্যায়ালয়ত গুৰুতৰ অভিযোগৰ শুনানি চলি থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ বন উপদেষ্টা সমিতিয়ে জাগীৰোডৰ এটা...

Read moreDetails

এপিএছচি নিযুক্তি কেলেংকাৰি: আইনী মেৰপাকত চৰকাৰৰ নিলম্বনৰ নিৰ্দেশ

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সংঘটিত হোৱা কেলেংকাৰি সন্দৰ্ভত গঠিত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগৰ প্ৰতিবেদন এতিয়া আইনী প্ৰত্যাহ্বানৰ সন্মুখীন...

Read moreDetails

পশ্চিম বংগত নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ: স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰকলৈ নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰৰ সংঘাত

ভাৰতীয় নিৰ্বাচন আয়োগে অবৈধ ঘোষণা কৰাৰ পাছতো পশ্চিম বংগ চৰকাৰে ৰাজ্যখনত চলি থকা 'বিশেষ নিবিড় সংশোধন' শুনানিৰ সময়ত নথিভুক্ত প্ৰমাণ...

Read moreDetails

শীঘ্ৰেই মালয়েছিয়াত চলিব ভাৰতৰ ইউপিআই: কুৱালালামপুৰত প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে মালয়েছিয়াত উপস্থিত হৈ দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কুৱালালামপুৰত...

Read moreDetails

পৰিভ্ৰমী ভোটাৰঃ নাগৰিক অধিকাৰ তথা গণতন্ত্ৰৰ ভৱিষ্যত

বিজেপিৰ আমোলত, বিগত ১০-১১ বছৰত, দেশত তিল তিলকৈ গণতন্ত্ৰক হত্যা কৰি অহা হৈছে। এই ধৰণৰ হত্যা কাৰ্য পৰিকল্পিত ভাৱেই কৰা...

Read moreDetails

চুৰি মাটিৰ মন্তব্যক লৈ বিতৰ্কত বিলি আইলিছ, পপ তাৰকাগৰাকীক উত্তৰ দিলে টংভা জনগোষ্ঠীয়ে

শেহতীয়া গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত আমেৰিকাৰ জনপ্ৰিয় পপ তাৰকা বিলি আইলিছে আগবঢ়োৱা এটা বিতৰ্কিত মন্তব্যই এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে।...

Read moreDetails
Page 533 of 6057 1 … 532 533 534 … 6,057

Stay Connected

Recent News