সমগ্ৰ ৰাজ্য বৰ্তমান বানপানী আৰু জাপানীজ এনকেফেলাইটিছৰ কৱলত ককবকাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যত ক্ৰমান্বয়ে কালৰূপ ধাৰণ কৰা জাপানীজ এনকেফেলাইটিছ ৰোগত...
Read moreDetailsবিগত তিনিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ নৈ-উপনৈ সমূহ ফেনেফোটোকাৰে ওফন্দি উঠিছে। ইতিমধ্যে ৰাজ্যৰ প্ৰায়...
Read moreDetailsমহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম সৃষ্টিৰাজিক নৱ-প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ বাবে বস্ত্ৰ নগৰী শুৱালকুছিল ঈশ্বৰ শ্ৰী শ্ৰী হাটী সত্ৰত শিশু তথা...
Read moreDetailsযোৱা কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ মাজেৰে বৈ যোৱা মানাহ...
Read moreDetailsঅসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াই বিৰূপ প্ৰভাৱ পেলাইছে কৰ্ণাটকত। জনগাঁথনিৰ লগতে ৰাজ্যখনত অৰ্থনৈতিক ক্ষেত্ৰতো...
Read moreDetailsঅখিল গগৈৰ মতে, চূড়ান্ত এন আৰ চি প্ৰকাশত পলম কৰাৰ কাৰণে বিজেপি চৰকাৰে এটা নতুন বুদ্ধি উলিয়াইছে। কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ...
Read moreDetailsঅসমৰ নিৰাময়হীন বছেৰেকীয়া দুৰ্য্যোগৰূপী বানৰ কবলত পৰিছে ৰাজ্যৰ ১১খন জিলাৰ ২ লাখতকৈয়ো অধিক লোক। বানপানী আৰু নেৰানেপেৰা বৰষুণৰ লগতে হোৱা...
Read moreDetailsএতিয়াৰে পৰা মহানগৰীৰ ৰাস্তাৰ ডিভাইডাৰ, ৰেলিং, পদপথ আদিত তামোল, গুটখা, পান খাই পিক পেলালে ভৰিব লাগিব জৰিমনা। উল্লেখযোগ্য যে মহানগৰীৰ...
Read moreDetailsভাৰতৰ স্বাধীনতাৰ দুই দশক পূৰ্বে স্থাপিত ৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘ আৰু ইয়াৰ ঐতিহাসিক ভূমিকা সম্পৰ্কে অসমৰ পাঠ্যপুঠিত কোনো উল্লেখ নাই। স্কুলীয়া...
Read moreDetailsস্মাৰ্টফোনটো এতিয়া প্ৰায় সকলোৰে জীৱনৰ এৰাব নোৱাৰা লগৰীয়া-- দুখ, সুখ, ভ্ৰমণ, বিবাহ, উৎসৱ সকলোতে নহ’লেই নহয়। কিন্তু গাতে লাগি থকা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd