শীর্ষ সংবাদ

হাই প্ৰফাইল নেতাক লগত লৈ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই দাখিল কৰিলে মনোনয়ন

গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই আজি দাখিল কৰিলে মনোনয়ন পত্ৰ। সহস্ৰধিক সমৰ্থকসহ অমিনগাঁৱস্থিত কামৰূপ(গ্ৰাম্য) জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ আহি...

Read moreDetails

আজি মনোনয়ন দিবলৈ সাজু গুৱাহাটীৰ বিজেপি আৰু কংগ্ৰেছৰ দুই প্ৰাৰ্থী কুইন ওজা-ববিতা শৰ্মা

গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাই আজি মনোনয়ন পত্ৰ দাখিল কৰিব। অহা ২৩ এপ্ৰিলত...

Read moreDetails

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত অসম সন্তান অৰিজিৎ প্ৰসাদ

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ এখন পূৰ্ণাংগ ন্যায়িক বৈঠকত অসমৰ তৰুণ অধিবক্তা অৰিজিৎ প্ৰসাদক উচ্চতম ন্যায়ালয়ৰ এগৰাকী...

Read moreDetails

শিৱসাগৰত য়ুটিউব ক্ৰিয়েটাৰৰ সমাৱেশ: য়ুটিউবক কেৰিয়াৰ হিচাপে লৈ আগবাঢ়িছে অসমৰ নৱপ্ৰজন্ম

য়ুটিউবক মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰা হয় যদিও বৰ্তমান অসমৰ বহুসংখ্যক নৱপ্ৰজন্মই কেৰিয়াৰ হিচাপে লৈ মাহিলি বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰি...

Read moreDetails

পদমৰ্য্যাদা হ্ৰাস কৰাৰ সম্ভাৱনা মে’জৰ লিতুল গগৈৰ

শ্ৰীনগৰৰ এগৰাকী স্থানীয় মহিলাৰ সৈতে “বন্ধুত্ব”ৰ শাস্তিৰূপে পদ অৱনমনৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ২০১৭ চনত “মানৱ ঢাল” বিতৰ্কৰ কেন্দ্ৰ হৈ...

Read moreDetails

গৌৰৱ গগৈক নিষিদ্ধ কৰা নাই আমছুৱে; বিজেপি-অগপক ভোট নিদিবলৈ আহ্বান

ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান অঞ্চলত নিষিদ্ধ নহয় কলিয়াবৰ লোক সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ। সাংসদজনৰ বিৰুদ্ধে সদৌ...

Read moreDetails

এজন ‘ব্যতিক্ৰম’ প্ৰাৰ্থী; দুটা নিৰ্বাচনত এহেজাৰো ভোট নোপোৱা ভাস্কৰ শৰ্মাই দেখিছে জয়ৰ ৰেঙনি

লোকসভা নিৰ্বাচনৰ এগৰাকী 'ব্যতিক্ৰম' প্ৰাৰ্থী। নাম তেওঁৰ ভাস্কৰ শৰ্মা। ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগ...

Read moreDetails

বিভাগীয় জাননী অবিহনেই মধ্যাহ্ন ভোজন যোগানৰ দায়িত্বৰ বাবে কাম-কাজ আৰম্ভ বহিৰাগত প্ৰতিষ্ঠানৰ

অসম চৰকাৰে এটা কেবিনেট সিদ্ধান্তৰ জৰিয়তে মধ্যাহ্ন ভোজনৰ গোটেই ব্যৱস্থাটো ৰাজ্যৰ বাহিৰৰ ঠিকাদাৰী প্ৰতিষ্ঠানক সঁপি দিবলৈ ওলোৱাৰ বিৰুদ্ধে দীঘলীয়া প্ৰতিবাদ...

Read moreDetails

বিমুদ্ৰাকৰণে দেশৰ বহু লোকক ধ্বংস কৰি পেলাইছে : জীতেন্দ্ৰ চৌধুৰী

আসন্ন লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গোটেই দেশতে নিৰ্বাচনী উত্তাপ বৃদ্ধি পোৱাৰ দৰে ত্ৰিপুৰাৰো ৰাজনৈতিক দল সমূহে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ...

Read moreDetails

টিকটৰ বাবত টকা লোৱা নাই বুলি ভগৱানৰ নামত শপত খালে ৰিপুণ বৰাই

লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা অসম কংগ্ৰেছৰ একাধিক নেতাই দলীয় নেতৃত্বৰ ওপৰত বিষোদগাৰ কৰি টিকটক কেন্দ্ৰ কৰি ধনৰ লেনদেন...

Read moreDetails
Page 5557 of 6058 1 … 5,556 5,557 5,558 … 6,058

Stay Connected

Recent News