শীর্ষ সংবাদ

উন্নয়নৰ বাবে নহয়,কেৱল ৰাজনৈতিক ক্ষমতাৰ স্বাৰ্থত গঠন হৈছে নেডা : ৰিপুন বৰা

‘উত্তৰ-পূৱৰ স্বাৰ্থৰ প্ৰতি যদি লক্ষ্য নকৰে তেওঁলোক কিহৰ নেডা? উত্তৰ-পূৱক বঞ্চনা কৰিলে, সাংবিধানিক ক্ষমতা কাঢ়ি লৈ গ’লে নেডাই মাত মাতিব...

Read moreDetails

মাডাৰ বৃদ্ধাৱাসক দুদিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ ভাড়াঘৰৰ মালিকৰ

বিগত ছবছৰে ১২ বাৰকৈ বৃদ্ধাশ্ৰমৰ স্থান সলনি কৰা মাডাৰ বৃদ্ধাৱাসৰ এইবাৰো আহি পৰিছে এক নতুন বিপদ। অহা দুদিনৰ ভিতৰত ঘৰ...

Read moreDetails

পৃথক বৰাকভূমিৰ দাবীত প্ৰদীপ দত্ত ৰয়ৰ দৰে উদ্ভট আৰু অলীক কল্পনা কৰা ৰাজনীতিবিদৰ চৰিত্ৰৰ প্ৰতিফলন ঘটিছে : অনুপ চেতিয়া

‘পৃথক বৰাকৰ দাবীৰ জৰিয়তে প্ৰদীপ দত্ত ৰয়ৰ দৰে উদ্ভট আৰু অলীক কল্পনা কৰা ৰাজনীতিবিদৰ এক চৰিত্ৰৰ প্ৰতিফলন ঘটিছে।‘ বৃহস্পতিবাৰে এক...

Read moreDetails

চামগুৰিত মুল্যবান কাঠসহ দুখন ট্ৰাক জব্দ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

নগাঁও জিলাৰ চামগুৰি বাঘবৰালিৰ ৰকলেণ্ডত বুধবাৰে নিশা  স্থানীয় লোকে অভিযান চলাই মুল্যবান কাঠৰ কুণ্ডাসহ দুখন ট্ৰাক জব্দ কৰাক কেন্দ্ৰ কৰি...

Read moreDetails

প্ৰশাসনৰ নিষেধাজ্ঞাক অংগুষ্ঠ দেখুৱাই শিলচৰত মুকলিকৈ বিক্ৰী চালানী মাছ

বিষাক্ত ফৰ্মেলিনযুক্ত চালানী মাছ বিক্ৰীৰ বাবে ৰাজ্য চৰকাৰে নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো এই নিৰ্দেশনাক কেৰেপ কৰা নাই অসাধু ব্যৱসায়ীসকলে। ইয়াৰ...

Read moreDetails

দৰঙৰ অপহৃত যুৱতীক উদ্ধাৰ আৰক্ষীৰ, গ্ৰেপ্তাৰ এজন যুৱক

দৰং আৰক্ষীয়ে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা নিয়ন্ত্ৰণৰ বাবে ব্যাপক অভিযান চলাই এই সংক্ৰান্তত বুধবাৰে এজন যুৱকক গ্ৰেপ্তাৰ কৰে। অপৰাধী যুৱকজনক...

Read moreDetails

মিজোৰামৰ যুৱ আয়োগলৈ মুখ্য মন্ত্ৰী লাল থানহাওলাৰ আৰ্থিক পুঁজি ঘোষণা

মিজোৰামৰ যুৱ আয়োগক অধিক শক্তিশালী কৰাৰ স্বাৰ্থতে বুধবাৰে মুখ্য মন্ত্ৰী লাল থানহাওলাই আয়োগৰ অধ্যক্ষ যোছেফ লাহলিমপুইৱাক ১২০ লাখ টকাৰ চেক...

Read moreDetails

মিন্টু আৰু জয়াৰ বিবাহ সম্পন্ন : ঘোঁৰাথালৰ হত্যাকাণ্ডৰ ৬ অভিযুক্তক হাজিৰ কৰোৱা হ’ব আদালতত

নলবাৰীৰ ঘোঁৰাথালত যোৱা মঙলবাৰে বিবাহ অনুষ্ঠানত ফটকা ফুটোৱাক লৈ সংঘটিত হোৱা হত্যাকাণ্ডৰ পিছত গাঁৱখনত বিৰাজ কৰা কৰুণ পৰিস্থিতিৰ এতিয়া অৱসান...

Read moreDetails

উত্তৰ-পূব পৰিষদৰ ৬টা গুৰুত্বপূৰ্ণ বিভাগ কৰ্তন কেন্দ্ৰৰ বিজেপি চৰকাৰৰ

উত্তৰ-পূবৰ প্ৰতি সততে বিশেষ দৃষ্টি দি অহাৰ দাবী কৰা কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে উত্তৰ-পূব পৰিষদৰ ছটাকৈ গুৰুত্বপূৰ্ণ বিভাগ...

Read moreDetails

এন আৰ চিৰ চূড়ান্ত খচৰা : অসমৰ পৰা সম্ভাৱ্য অনুপ্ৰৱেশক লৈ শংকিত মমতা বেনাৰ্জী

উচ্চতম ন্যায়ালয়ে অহা ৩০ জুলাই এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়সীমা নিৰ্দ্ধাৰণ কৰি দিয়াৰ পিছত চূড়ান্ত খচৰা প্ৰকাশৰ বাবে...

Read moreDetails
Page 5585 of 5810 1 5,584 5,585 5,586 5,810

Stay Connected

Recent News