শীর্ষ সংবাদ

লোকপিয়লৰ তথ্য : নাগালেণ্ড ভাৰতৰ সৰ্বাধিক ভাষিক বৈচিত্ৰ্য থকা ৰাজ্য

২০১১ চনৰ লোকপিয়লত প্ৰকাশিত ভাষিক তথ্য অনুসৰি জানিব পৰা গৈছে যে নাগালেণ্ড হৈছে ভাৰতৰ আটাইতকৈ অধিক ভাষিক বৈচিত্ৰ থকা ৰাজ্য।...

Read moreDetails

যোৰহাটত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ঔষধ পৰিদৰ্শক যুগল বৰুৱা

যোৰহাটত ঔষধ পৰিদৰ্শক যুগল বৰুৱাক উৎকোচ লোৱাৰ অভিযোগত আজি গ্ৰেপ্তাৰ কৰা হৈছে। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানত ঔষধ পৰিদৰ্শক...

Read moreDetails

পিঞ্জৰাত সোমাল চৰাইদেউৰ মাইবেলাত সন্ত্ৰাস সৃষ্টি কৰা নাহৰফুটুকী

চৰাইদেউৰ মাইবেলাত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা প্ৰকাণ্ড নাহৰফুটুকীটো অৱশেষত পিঞ্জৰাৱদ্ধ কৰা হ’ল। মাইবেলা সেনা ছাউনীৰ কাষত বন বিভাগে পতা...

Read moreDetails

গুৱাহাটী মহানগৰীত খাদ্য যোগান সেৱা আৰম্ভ উবেৰ ইটছৰ

খাদ্য যোগানকাৰী মাৰ্কিন প্ৰতিষ্ঠান উবেৰ ইটছে গুৱাহাটী মহানগৰীত আজিৰে পৰা আৰম্ভ কৰিছে তেওঁলোকৰ সেৱা। উল্লেখযোগ্য যে ভাৰতৰ প্ৰায় ১৮ খন...

Read moreDetails

বাক্সাৰ কুমাৰীকাটাত নৃশংস হত্যাকাণ্ড, এজনক আটক

বাক্সা জিলাত তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। বৃহস্পতিবাৰে এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। এই হত্যাকাণ্ডই ভাৰত ভূটান সীমান্তৱৰ্তী...

Read moreDetails

আগতীয়া সতর্ক বাণী অবিহনে পানী এৰি দিয়া সন্দৰ্ভত নীপকো কর্তৃপক্ষক মুখ্যমন্ত্রীৰ সকীয়নি

লখিমপুৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ত জলসম্পদ মন্ত্রী কেশৱ মহন্তক লগত লৈ নীপকো, এন এইচ পি চি আৰু জিলা প্রশাসনৰ বিষয়াবর্গৰ উপস্থিতিত...

Read moreDetails

চলন্ত ৰে’লত সংঘটিত হত্যাকাণ্ডৰ লগত জড়িত আনজন হত্যাকাৰী পাণ্ডেক গ্ৰেপ্তাৰ

চলন্ত ৰে’লত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ লগত জড়িত আনজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। কালি নিশা ডিব্ৰুগড় আৰক্ষীয়ে বাণীপুৰ ৰে’ল ষ্টেশ্যনৰ সমীপৰ...

Read moreDetails

অসৎ প্ৰক্ৰিয়াৰে সম্পত্তিৰ পাহাৰ গঢ়া মহতৰ বিৰুদ্ধে ই ডিৰ অভিযোগনামা

অসৎ উপায়েৰে সম্পত্তিৰ পাহাৰ গঢ়া মহতৰ বিৰুদ্ধে শেহতীয়াকৈ এনফ’ৰ্চমেণ্ট সঞ্চালকালয় চমুকৈ ই ডিয়ে দাখিল কৰিছে অভিযোগনামা। ইতিমধ্যে কাৰাদণ্ডৰে দণ্ডিত হৈ...

Read moreDetails

গুৰুজনাৰ পৱিত্ৰ জন্মভূমিত উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে : বিধায়িকা আঙুৰলতা

“সাহিত্য-কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক সজাই তোলা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হৈছে। বটদ্ৰৱাক বিশ্ব...

Read moreDetails

কয়লা ছিণ্ডিকেট কেলেংকাৰিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ দুজন এনফ’ৰ্চমেণ্ট পৰিদৰ্শক

কয়লা ছিণ্ডিকেট কেলংকাৰিৰ গোচৰত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছে দুজন এনফ’ৰ্চমেণ্ট পৰিদৰ্শকক। ইতিমধ্যে চি আই ডিৰ পৰা জেৰাৰ চমন লাভ...

Read moreDetails
Page 5584 of 5811 1 5,583 5,584 5,585 5,811

Stay Connected

Recent News