শীর্ষ সংবাদ

জে পি চিৰ প্ৰতিবেদন অগ্ৰহণযোগ্য, নিস্তাৰ নাপাব সোণোৱালে: আছু

আকৌ অসম আন্দোলনৰ ভয়াৱহ পৰিস্থিতি অসমলৈ উভতি আহিব নেকি? সেই পৰিস্থিতিৰ পুনৰাবৃত্তি ঘটিলে তাৰ বাবে দায়ী কোন হ’ব? বছৰটোৰ শেষত...

Read moreDetails

অপৰাধীক কাৰাবাসৰ পৰা বচাবলৈ ভুৱাকৈ মৃত্যুৰ প্ৰমাণপত্ৰ উলিয়াই গ্ৰেপ্তাৰ হ’ল অধ্যক্ষ

শিক্ষানুষ্ঠানৰ গধুৰ দায়িত্বত থকা এজন লোকে এজন অপৰাধীক আইনৰ ৰোষৰ পৰা বচাবলৈ স্বাস্থ্য বিভাগৰ পৰা মৃত্যুৰ ভুৱা প্ৰমাণপত্ৰ উলিয়াই নিজেই...

Read moreDetails

প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত মহিলাৰ বাবে নাই প্ৰস্ৰাৱগাৰৰ সুব্যৱস্থা; ‘স্বচ্ছ ভাৰত’ অভিযানক ভেঙুচালি

গুৱাহাটীৰ চানমাৰিত চলি থকা প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত নাই প্ৰস্ৰাৱগাৰৰ সুব্যৱস্থা। এই কথাটোত নিজৰ আশ্চৰ্য্য আৰু হতাশা প্ৰকাশ কৰিছে বহুকেইগৰাকী গ্ৰন্থপ্ৰেমীৰ...

Read moreDetails

দৈজিঙৰ মঞ্চত গ্ৰে’ট খালিক আদৰণি সোণোৱালৰ, আৰম্ভ হিমেশ ৰেশমিয়াৰ শ্ব’

চিৰাং জিলাৰ আই নদীৰ পাৰত উদুলি মুদুলি দৈজিং মহোৎসৱৰ মঞ্চত শনিবাৰে এমেৰিকান মল্লযুঁজ শ্ব’ ডব্লিউ ডব্লিউ ইৰ তাৰকা দলীপ সিং...

Read moreDetails

হাজোত জঘন্য কাণ্ড : দুগৰাকী কিশোৰীক বিদ্যালয়ৰ পৰাই উঠাই আনি গুৱাহাটীৰ ভাড়াঘৰত যৌন নিৰ্য্যাতন

হাজোৰ দুগৰাকী ১৪ বছৰীয়া কিশোৰীক বিদ্যালয়ৰ পৰা উঠাই আনি গুৱাহাটীৰ ভাৰাঘৰত ৰাখি দুজন যুৱকে যৌন নিৰ্য্যাতন চলোৱাৰ এটা জঘন্য ঘটনা...

Read moreDetails

এইবাৰ ভঁৰালৰ ধানো হ’ল লক্ষ্য; গৃহস্থই বাৰণ্ডাত থোৱা চাৰিটাকৈ ধানৰ বস্তা লৈ গ’ল বনৰীয়া হাতীয়ে

কলিয়াবৰত নিশা কাৰ্বি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীয়ে এইবাৰ পথাৰত ধান নাপাই ভঁৰালৰ ধানক লক্ষ্য কৰি লৈছে।...

Read moreDetails

মহানগৰবাসীলৈ মাইকযোগে সতৰ্কবাণী প্ৰেৰণ অভিযান গুৱাহাটী পৌৰ নিগমৰ

মহানগৰীত বাস কৰা তথাকথিত সভ্য নাগৰিকসকলক তেওঁলোকৰ ‘লেতেৰা’ স্বভাৱৰ বাবে সতৰ্কবাণী প্ৰেৰণ কৰিব লগীয়াৰ দৰে দুৰ্ভাগ্যজনক পদক্ষেপ ল’ব লগীয়া হ’ল...

Read moreDetails

কলাগুৰু মহোৎসৱ : পোষ্টাৰ মুকলি অনুষ্ঠানত কেক কাটি সফলতা কামনা জুবিনৰ

অহা ২১ আৰু ২২ জানুৱাৰিত তেজপুৰত আয়োজন কৰা হৈছে কলাগুৰু মহোৎসৱৰ।কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কলাগুৰু ফাউণ্ডেশ্যনে...

Read moreDetails

চৰকাৰলৈ সকীয়নি : ১ ফেব্ৰুৱাৰিৰ পৰা জংগী আন্দোলনৰ হুংকাৰ অতিৰিক্ত শিক্ষক সন্থাৰ

চৰকাৰে বাৰে বাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ তুলি এইবাৰ জংগী আন্দোলনৰ হুংকাৰ দিছে সদৌ অসম অতিৰিক্ত শিক্ষক সন্থাই। ৰাজ্যৰ শিক্ষা...

Read moreDetails

কমতাপুৰৰ সংগ্ৰাম কেৱল কোচ ৰাজবংশীৰ নহয়, প্ৰতিষ্ঠা দিৱসত বাৰ্তা কে এল অ’ৰ।Video|

স্বাধীন কমতাপুৰৰ সংগ্ৰাম চলাই থকা কমতাপুৰ লিবাৰে’চন অৰ্গেনাইজে’চন চমুকৈ কে এল অ’ৰ “জাতীয় সংগ্ৰাম” কোচ ৰাজবংশীসকলৰে আচুতীয়া আন্দোলন নহয়। কমতাপুৰত...

Read moreDetails
Page 5694 of 6056 1 … 5,693 5,694 5,695 … 6,056

Stay Connected

Recent News