শীর্ষ সংবাদ

বিজেপি চৰকাৰে আস্থা আৰু নিষ্ঠাৰে কাম কৰে : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘’বহু প্ৰত্যাশিত বগীবিল দলংখন কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভ উদ্বোধন কৰিব আৰু ব্ৰহ্মপুত্ৰৰ  উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ মাজত সংযোগ...

Read moreDetails

ফিটা কটা অনুষ্ঠানত মোদীৰ ফটোখন বেকাকৈ তুলিব বুলি ভয় কৰিয়েই সোমাবলৈ নিদিয়ে সাংবাদিকক: অখিল

২১ বছৰৰ মূৰত নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া এখন দলঙত ফ’টোত প’জ দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাহ বাহ ল’ব বিচৰা বুলি...

Read moreDetails

বেলজিয়ামৰ পৰা তেজপুৰত থকা জন্মদাত্ৰীৰ পৰিচয় বিচাৰি য়ু টিউবত আকুল আহ্বান যুৱতীৰ

জন্মৰ পিছতেই, দুচকুৰে নিজৰ জন্মদাত্ৰীক চিনিব পৰা নৌহওঁতেই বিচ্ছিন্ন হৈ সাত সাগৰ তেৰ নদীৰ সিপাৰলৈ গুচি যাব লগীয়া হোৱা তেজপুৰৰ...

Read moreDetails

বেজবৰুৱাৰ বাসগৃহ সংৰক্ষণ : কিহৰ কাৰণে অসম চৰকাৰক সঁহাৰি জনোৱা নাই উৰিষ্যা চৰকাৰে?

উৰিষ্যা চৰকাৰক ৰাজ্যখনৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহটো ভঙাৰ পৰিৱৰ্তে সংৰক্ষণ কৰিবলৈ তাৰ স্থানীয় সচেতন লোকসকলে বাধ্য কৰোৱাৰ পিছতো...

Read moreDetails

প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ মোদী : টাৱাৰত উঠি আত্মহত্যাৰ চেষ্টা কাগজকলৰ ভুক্তভোগী কৰ্মচাৰীৰ

যোৱা প্ৰায় দুবছৰ ধৰি বন্ধ হৈ থকা নগাওঁ কাগজকলৰ কৰ্মচাৰীয়ে কলটো পুনৰুজ্জীৱিত কৰাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কোনো অগ্ৰগতি দেখা নাপাই প্ৰতিবাদ...

Read moreDetails

গুৰুত্বপূৰ্ণ বৈঠকত নিয়মানুৱৰ্তিতা ভংগ কৰি নিলম্বিত হ’ল আৰক্ষী বিষয়া

এখন আৰক্ষী থানাৰ এজন দায়িত্বশীল বিষয়া হৈও গুৰুত্বপূৰ্ণ বৈঠকৰ সময়ত পদবীৰ লগত খাপ নোখোৱা ধৰণৰ আচৰণ কৰা বাবে চাকৰিৰ পৰা নিলম্বিত...

Read moreDetails

কংগ্ৰেছৰ বাটেৰেই বাট : বিজেপিয়ে অসমৰ পৰা ৰাজ্যসভালৈ সাংসদ কৰি পঠাব বিহাৰৰ শক্তিশালী নেতাক

বহু কথাতে কংগ্ৰেছৰ বাটেৰেই বাট বোলা জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা অসমৰ বিজেপিৰ জনপ্ৰতিনিধিসকল আৰু চৰকাৰখনৰ কাণ্ড-কাৰখানা জনগণে যোৱা আঢ়ৈটা...

Read moreDetails

অবৈধ খননৰ খবৰ দিয়া যুৱকক ওলোটাই পিটিলেহে; গ্ৰেপ্তাৰ হ’ল হাজোৰ ৰেঞ্জাৰ কৰুণা ডেকা

হাজোত এজন সচেতন যুৱকে অবৈধ খননৰ বিষয়ে ৰেঞ্জাৰক খবৰ দিবলৈ গৈ ওলোটাই ৰেঞ্জাৰ আৰু বনকৰ্মীৰ ৰোষত পৰাৰ দৰে এটা দুৰ্ভাগ্যজনক...

Read moreDetails

সময়সীমা এসপ্তাহ : নিযুক্তি নিদিলে সোণোৱালৰ বিৰুদ্ধে জংগী হোৱাৰ হুংকাৰ দিব্যাংগৰ!

দিব্যাংগসকল প্ৰতাৰণাৰ সন্মুখীন হৈ অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। কংগ্ৰেছৰ শাসনতো দিব্যাংগসকল প্ৰতাৰণাৰ সন্মুখীন হৈছিল যদিও মাহে ৫০০ টকাকৈ বছৰে ৬০০০ টকা...

Read moreDetails

‘বৰপেটা এক্সপ্ৰেছ’ কৃষ্ণ দাসৰ আক্ৰমণত তচনচ অসমৰ বেটিং লাইন আপ

২২ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অসম আৰু গোৱা দলৰ মাজত ৰঞ্জি ট্ৰফীৰ এখন গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হৈ আছে।...

Read moreDetails
Page 5699 of 6056 1 … 5,698 5,699 5,700 … 6,056

Stay Connected

Recent News