শীর্ষ সংবাদ

বজালীৰ দৈশিংগৰী গাঁৱত কেৰোচিন ঢালি জ্বলাই দি স্বামীয়ে হত্যা কৰিলে পত্নীক

নাৰী নিৰ্যাতন,হত্যা আদিৰ ঘটনা সমগ্ৰ ৰাজ্যজুৰি বৃদ্ধি পোৱাৰ সময়তে বজালী মহকুমাৰ দৈশিংগৰী গাঁৱত শুকুৰবাৰে এজন স্বামীয়ে নিজ পত্নীৰ গাত কেৰোচিন...

Read moreDetails

কৰ্মচাৰীৰ দৰমহাৰ আঁসোৱাহ দূৰ কৰাত ব্যৰ্থ হৈছে দৰমহা আসোঁৱাহ সমিতি

‘ৰাজ্য চৰকাৰে ২১ জুনত দৰমহা আসোঁৱাহ সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিছতে ৰাজ্যখনত কৰ্মচাৰীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সদৌ অসম...

Read moreDetails

ৰঙিয়াৰ প্ৰথমটো ডিজিটেল চিত্ৰ গৃহ আনুষ্ঠানিক ভাৱে মুকলি কৰিলে প্রস্তুতি পৰাশৰে

ৰঙিয়া চহৰত ‘ডিলাইট গ’ল্ড চিনেমা’ নামেৰে এটা চিত্ৰ গৃহ শুকুৰবাৰে মুকলি কৰা হয়। অসমীয়া  চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে আনুষ্ঠানিকভাৱে...

Read moreDetails

অন্ধবিশ্বাস দূৰীকৰণৰ প্ৰচেষ্টাৰে মাজুলীত অসম বিজ্ঞান সমিতিৰ সজাগতা সভা

একমাত্ৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত কিছু লোকে চলাই থকা অমানৱীয় তথা বৰ্বৰ কাণ্ড ৰোধ কৰাৰ  উদ্দেশ্যে ৰাজ্যৰ অন্যান্য...

Read moreDetails

গোৱালপাৰাত চলন্ত টেম্পোত যুৱতীক যৌন নিৰ্যাতনৰ অপচেষ্টাকলৈ উত্তপ্ত পৰিস্থিতি

গোৱালপাৰা চহৰৰ ভালুকডুবিত   শুকুৰবাৰে সন্ধিয়া ভালুকডুবিৰ পৰা গোৱালপাৰা চহৰ অভিমুখে গৈ থকা টেম্পো এখনত দুই সুৰামত্ত যুৱকে এগৰাকী যুৱতীক যৌন...

Read moreDetails

অৰুণাচলত হোৱা মুষলধাৰ বৰষুণত গোগামুখত অৰ্ধশতাধিক গাঁও জলমগ্ন

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিগত প্ৰায় কেইদিনমান ধৰি চলি থকা মুষলধাৰ বৰষুণৰ ফলত ওফন্দি উঠিছে উত্তৰ অসমৰ কেইবাখনো নদী৷ উল্লেখযোগ্য...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে জেনেভাত খিলঞ্জীয়া মঞ্চৰ প্ৰতিবাদ

ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীয় সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা  ৩০ টাতকৈয়ো অধিক সংগঠনৰ যৌথ মঞ্চ খিলঞ্জীয়া মঞ্চ, অসমে শুকুৰবাৰে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ...

Read moreDetails

সহস্ৰাধিক ভক্তৰ উপস্থিতিত মাজুলী আউনীআটী সত্ৰৰ ৪০০ বৈষ্ণৱৰ বাবে ৯৭ টা ‘বহা’ উদ্বোধন

অসমৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম আকৰ মাজুলীৰ আউনীআটী সত্ৰই পালে নতুন ৰূপ। ৩৭৩ বছৰ পূৰ্বেই মাজুলীত প্ৰতিষ্ঠা পোৱা সত্ৰখনিৰ ভকত বৈষ্ণৱ...

Read moreDetails

তিনিটা পৰ্যায়ত অসম প্রদেশ যুৱ কংগ্রেছৰ নির্বাচন আৰম্ভ

আজিৰে পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হৈছে অসম প্রদেশ যুৱ কংগ্রেছৰ নির্বাচন৷ অসম প্রদেশ যুৱ কংগ্রেছৰ সাংগঠনিক নির্বাচনৰ ভোটগ্রহণ আজি ৰাজ্যৰ...

Read moreDetails

কুসংস্কাৰ : বিশ্বনাথৰ ছোৱাগুৰীত নিশা গোপনে সম্পন্ন হ’ল বাল্য বিবাহ

ৰাজ্যত পুনৰ সংঘটিত হ'ল বাল্য বিবাহৰ ঘটনা। যোৱা নিশা বিশ্বনাথৰ চোৱাগুৰীত সম্পন্ন হ'ল এই বাল্য বিবাহ। অতি গোপনে  ১৪ বছৰীয়া...

Read moreDetails
Page 5854 of 6055 1 … 5,853 5,854 5,855 … 6,055

Stay Connected

Recent News