শীর্ষ সংবাদ

কৰ্তৃপক্ষৰ সৈতে মতানৈক্য! ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক পদৰ পৰা পদত্যাগ ৰাহুল দ্ৰাবিড়ৰ

২০২৬ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পূৰ্বে ৰাহুল দ্ৰাবিড়ৰ সৈতে চুক্তিৰ অৱসান হোৱাটো নিশ্চিত কৰিছে ৰাজস্থান ৰয়েলছে। পূৰ্বে অধিনায়ক আৰু প্ৰশিক্ষক...

Read moreDetails

বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্ট্ৰিমিং প্লেটফৰ্ম হিচাপে আত্মপ্ৰকাশ ‘জিঅ’ হটষ্টাৰ’ৰ!

ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ ৪৮ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত ৰিলায়েঞ্চ জিঅ’ ইনফ’কমৰ অধ্যক্ষ আকাশ আম্বানীয়ে Jioৰ নতুন কৃতিত্ব আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে...

Read moreDetails

ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা ব্যক্তিক সশস্ত্ৰ নিৰাপত্তাৰক্ষী প্ৰদান এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

বৃহস্পতিবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা এজন ব্যক্তিক কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ব্যক্তিগত নিৰাপত্তা...

Read moreDetails

‘অসম বিৰোধী’ বক্তব্য কৰা চৈয়দা হামিদক গ্ৰেপ্তাৰৰ দাবীত জিলাই জিলাই এজাহাৰ অসম জাতীয় পৰিষদৰ

অসম জাতীয় পৰিষদে যোৱা ২৯ আগষ্টত সমাজকৰ্মী তথা পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য চৈয়দা হামিদৰ বিৰুদ্ধে অসমৰ ১৬খন জিলাত এফআইআৰ পঞ্জীয়নৰ...

Read moreDetails

চিকিৎসালয়ত ৰোগী চাই ফুৰাৰ সময়তে হাৰ্ট এটেকত মৃত্যু চেন্নাইৰ এগৰাকী হৃদৰোগ বিশেষজ্ঞৰ

এগৰাকী ৩৯ বছৰীয়া এজন হৃদৰোগ বিশেষজ্ঞৰ হাৰ্ট এটেকত মৃত্যু হৈছে। চেন্নাইৰ সভিথা মেডিকেল কলেজৰ কনচালটেণ্ট কাৰ্ডিয়াক চাৰ্জন ডাঃ গ্ৰেডলিন ৰয়...

Read moreDetails

ভাৰতৰ সীমান্তৰ সমীপৰ ৩টা স্থল বন্দৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে বাংলাদেশে

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় বন্দৰেৰে বাংলাদেশী সামগ্ৰীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। এইবাৰ ইউনুছ চৰকাৰে তিনিটা স্থল বন্দৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত...

Read moreDetails

২০২৭ চনত অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ : আলোচনাৰ বাবে অক্টোবৰত লণ্ডনলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা

অসমলৈ অনা হ’ব মহাপুৰুষ শ্ৰমন্ত শংকৰদেৱে বৈ উলিওৱা বৃন্দাবনিই বস্ত্ৰ। ২০২৭ চনত লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামৰ পৰা অসমলৈ অনা এই আপুৰুগীয়া...

Read moreDetails

ভাৰতত ৬৮০০ কোটি টকা বিনিয়োগ কৰিব জাপানে : মোডী-ইছিবাৰ বৈঠকৰ পিছতেই ঘোষণা

ভাৰত আৰু জাপানে আগন্তুক ১০ বছৰৰ বিনিয়োগ আৰু অৰ্থনৈতিক সম্পৰ্ক সম্পৰ্কে এক ৰোডমেপ তৈয়াৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জাপানৰ...

Read moreDetails

কিমান বাস্তৱসন্মত? আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১০০ শতাংশ শুল্কৰ দাবী অৰবিন্দ কেজৰিৱালৰ

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালে পুনৰবাৰ এক বিতৰ্কিত বিষয়ক লৈ দৃষ্টি আকৰ্ষণ কৰিলে। শেহতীয়াকৈ আমেৰিকাই...

Read moreDetails

বিদ্যালয়ৰ শৌচাগাৰতে সন্তান জন্ম দিলে নৱম শ্ৰেণীৰ ছাত্ৰীয়ে : POCSO ৰ অধীনত চাৰিজনৰ বিৰুদ্ধে গোচৰ ৰুজু

বিদ্যালয়ত থাকোঁতেই হঠাৎ পেটত অসহ্যকৰ বিষ অনুভৱ কৰিছিল ছাত্ৰীগৰাকীয়ে। তাৰ পিছত স্কুলৰ শৌচাগাৰলৈ যায়। তাতেই জন্ম পায় গৰ্ভস্থ সন্তানে। জানিব...

Read moreDetails
Page 726 of 5955 1 725 726 727 5,955

Stay Connected

Recent News