শীর্ষ সংবাদ

বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ: চূড়ান্ত তালিকাৰ পৰা বাদ পৰিল ২২.৭ লাখ মহিলা ভোটাৰ

বিহাৰত হোৱা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত ৰাজ্যখনৰ ২২.৭ লাখ মহিলা ভোটাৰৰ নাম আঁতৰোৱা হৈছে। ইয়াৰ ফলত বছৰৰ শেষৰ ফালে বিহাৰত...

Read moreDetails

ফুটবলৰ ২০ বছৰ অনুৰ্ধৰ বিশ্বকাপৰ পৰা লজ্জাজনক বিদায় ৫ বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ

চিলিত অনুষ্ঠিত ২০ বছৰ অনুৰ্ধ বিশ্বকাপত ব্ৰাজিলে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। ৰেমন মেনেজেছৰ নেতৃত্বত ৫ বাৰৰ প্ৰাক্তন চেম্পিয়ন ব্ৰাজিলৰ...

Read moreDetails

কেন্সাৰ নিৰাময়ৰ বাবে মূত্ৰাশয়ৰ অস্ত্ৰোপচাৰ; চেতনা ঘূৰি অহাৰ পিছত ব্যক্তিয়ে দেখিলে লিংগ আৰু অণ্ডকোষ নাই!

মূত্ৰাশয়ৰ কৰ্কট ৰোগত চিকিৎসাধীন হৈ থকা অৱস্থাত এজন লোকে লিংগ আৰু অণ্ডকোষ হেৰুৱাই পেলায়। আমেৰিকাৰ টেক্সাছৰ হাৰ্চেল ৰালছ নামৰ এজন...

Read moreDetails

তিনি দিনতে ১৬০ কোটি টকা উপাৰ্জন ‘কান্তাৰা চেপ্টাৰ-১’ৰঃ ঋষভৰ অভিনয়ত পিছ পৰি ৰ’ল ছলমান, ৰামচৰণ

বক্স অফিচত খলকনি তুলিছে সদ্যমুক্তিপ্ৰাপ্ত কানাড়া ছবি ‘কান্তাৰা চেপ্টাৰ-১এ। দুটা দিনৰ অন্তত শনিবাৰে ঋষভ শ্বেট্টী অভিনীত ছবিখনে নিজৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে...

Read moreDetails

আদানীক নতুন তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি আৱণ্টনঃ NDA-ক সমালোচনা বিহাৰ কংগ্ৰেছৰ

কংগ্ৰেছ নেতা কানহায়া কুমাৰে শনিবাৰে (৪ অক্টোবৰ) নিৰ্বাচনমুখী বিহাৰৰ ভাগলপুৰ জিলাৰ পিৰপাইন্টিত নিৰ্মাণ হ’বলগীয়া তাপ বিদ্যুৎ কেন্দ্ৰৰ কথা উল্লেখ কৰি...

Read moreDetails

মধ্যপ্ৰদেশত কফ চিৰাপ সেৱন কৰি শিশুৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ চিকিৎসক

কফ চিৰাপ সেৱন কৰি বৃক্ক বিকল হোৱাৰ ফলত ১১টা শিশুৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত এজন চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে...

Read moreDetails

৮ অক্টোবৰত ভাৰতলৈ আহিব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেয়ৰ ষ্টাৰমাৰ

আঠ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ ভাৰত ভ্ৰমণ কৰিব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেয়ৰ ষ্টাৰমাৰে। এই ভ্ৰমণৰ সময়ত ষ্টাৰমাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

Read moreDetails

কোচিং চেণ্টাৰৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণ; কমেও ২ জনৰ মৃত্যু, আঁৰত কূটাঘাত?

উত্তৰ প্ৰদেশৰ এটা কোচিং চেণ্টাৰৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত কমেও দুজন নিহত হৈছে। আহত আন সাতজন।...

Read moreDetails

ফেটি লিভাৰৰ সমস্যা হ’লে ফলমূল খাওক, কিন্তু অতিমাত্ৰা ফল নাখাব! নহ’লে বাঢ়িব পাৰে সমস্যা!

আমাৰ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হ’ল যকৃত (লিভাৰ)। ই তেজ পৰিষ্কাৰ কৰা, পাচনত সহায় কৰা, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ...

Read moreDetails

যোৱা তিনিদিনত পোন্ধৰজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে : জনাইছে মণিপুৰ আৰক্ষীয়ে

মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, ৰাজ্যৰ কেইবাখনো জিলাত অভিযান চলাই থকা নিৰাপত্তা বাহিনীয়ে বিগত তিনিদিনত প্ৰায় পোন্ধৰ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে।...

Read moreDetails
Page 751 of 6060 1 … 750 751 752 … 6,060

Stay Connected

Recent News