শীর্ষ সংবাদ

গণশিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ নিৰপেক্ষ তদন্তৰ দাবীত একত্ৰিত ৰাজ্যৰ ১৬ টাকৈ বিৰোধী ৰাজনৈতিক দল

অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকল্পনীয় ৰহস্যজনক মৃত্যুৰ এক নিৰপেক্ষ আৰু উচ্চস্তৰীয় তদন্তৰ লগতে তেখেতৰ মৃত্যুৰ পাছত উদ্ভৱ হোৱা সামাজিক...

Read moreDetails

ৰাজহুৱা হ’ব নে নাই জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন? জনালে মুখ্যমন্ত্ৰীয়ে

জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য বিচাৰি তদন্ত অব্যাহত ৰাখিছে চি আই ডিৰ বিশেষ দলে। ইয়াৰ উপৰিও এই তদন্তৰ বাবে ন্যায়াধীশ সৌমিত্ৰ...

Read moreDetails

ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ প্ৰতিকৃতিৰে ৰাৱণ দাহ কাৰ্যসূচী : যুদ্ধক্ষেত্ৰত পৰিণত জে এন ইউ

দুৰ্গাপূজাৰ দশমীৰ দিনাই উত্তপ্ত হৈ পৰিল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চৌহদ। জানিব পৰা মতে, জে এন ইউৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদ...

Read moreDetails

ইজৰাইলৰ জিয়নিষ্ট আৰু আৰএছএছক যমজ ভাতৃ আখ্যা কেৰেলাৰ বামপন্থী মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাক টিকট আৰু মুদ্ৰা মুকলি কৰাৰ এদিন পাছতে বৃহস্পতিবাৰে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী...

Read moreDetails

জুবিন গাৰ্গৰ দুই ব্যক্তিগত নিৰাপত্তাৰক্ষীক চিআইডিৰ চমন : জেৰাৰ সম্ভাৱনা

জুবিন গাৰ্গৰ দুই ব্যক্তিগত নিৰাপত্তাৰক্ষী (পি এছ অ’)ক চমন জাৰি কৰিছে অপৰাধ তদন্ত বিভাগে (চি আই ডি)। জুবিন গাৰ্গৰ মৃত্যুৰ...

Read moreDetails

চৈধ্য দিনত ৯ টি শিশুৰ মৃত্যু, বিজেপি শাসিত মধ্যপ্ৰদেশত ‘বিষাক্ত’ কফ চিৰাপ সেৱনৰ ফলত অঘটন

মাত্ৰ ১৪ দিনতে ৯ টি শিশুৰ মৃত্যু! মধ্যপ্ৰদেশত কফ চিৰাপে সাধাৰণ জনতাৰ মাজত বিয়পাইছে আতংক। জানিব পৰা মতে শিশুসকলক বিষাক্ত...

Read moreDetails

শ্যামকানু মহন্তৰ হৈ ওকালতি কৰা অধিবক্তা ৰাজ কমলৰ লগত কি সম্পৰ্ক আছে কংগ্ৰেছৰ?

শেহতীয়াকৈ শ্যামকানু মহন্তৰ হৈ ওকালতি কৰিবলৈ আগবাঢ়ি আহিছে এজন জ্যেষ্ঠ অধিবক্তা ৰাজ কমল। কেইবাটাও সংবাদমধ্যমত প্ৰকাশ পাইছে যে অধিবক্তা ৰাজ...

Read moreDetails

তেলমুক্ত চাউলৰ তুঁহৰ ৰপ্তানিত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ ভাৰতৰ

শুকুৰবাৰে (৩ অক্টোবৰ) ভাৰত চৰকাৰে পশুখাদ্য উদ্যোগত ব্যৱহাৰ কৰা তেলমুক্ত চাউলৰ তুঁহৰ ৰপ্তানিত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে। খাদ্যত ব্যৱহাৰ কৰা...

Read moreDetails

উত্তপ্ত অসম-নাগালেণ্ড সীমান্ত : নগা উগ্ৰপন্থীয়ে জ্বলাই দিলে সৰুপথাৰৰ প্ৰায় ১০০ টা ঘৰ

অসম-নাগালেণ্ড সীমান্তত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বৃহস্পতিবাৰে নিশা প্ৰায় ১১.৪৫ বজাত সৰুপথাৰৰ টেঙাটাল গাঁৱৰ প্ৰায় ১০০ টা ঘৰত অগ্নিসংযোগ...

Read moreDetails

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত; অমৃতপ্ৰভা মহন্ত আৰু শেখৰ গোস্বামীক ১৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

ছিংগাপুৰত অসমৰ সাংস্কৃতিক জগতৰ মহানায়ক জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু সংগীত শিল্পী শেখৰজ্যোতি...

Read moreDetails
Page 754 of 6060 1 … 753 754 755 … 6,060

Stay Connected

Recent News