অসমৰ দুখন আসনৰ বাবে ৩১ মাৰ্চ, ২০২২ৰ দিনা অনুষ্ঠিত হোৱা ৰাজ্যসভাৰ নিৰ্বাচনৰ আমি কি অৰ্থ কৰিম ? ই আমাক অসমৰ...
Read moreDetails২০২০ চনৰ দক্ষিণ আফ্ৰিকা ফুটবল বিশ্বকাপৰ সমানে জনপ্ৰিয় হৈছিল এটা গান। পপ্ গায়িকা ছাকিৰাই কণ্ঠ নিগৰোৱা ‘ৱাকা ৱাকা’ নামৰ সেই...
Read moreDetailsৰাজ্যসভা নিৰ্বাচনকলৈ আজি ‘নৰ্থ ইষ্ট নাও’ত এটা বিশেষ আলোচনা অনুষ্ঠান সম্পন্ন হৈ যায়। বিশিষ্ট বুদ্ধিজীৱী ৰণেন কুমাৰ গোস্বামীয়ে আঁত ধৰা...
Read moreDetailsথলুৱা চিনেমাৰ প্ৰতি উদাসীন অসম চৰকাৰৰ বলিউদৰ দ্য কাশ্মীৰ ফাইলছৰ প্ৰতি কিয় এই বিশেষ দৰদ! বলিউদৰ এখন চিনেমা, নাম ‘দ্য...
Read moreDetails‘দ্য কাশ্মীৰ ফাইলছ্’ কি? এক চৰকাৰী নিৰ্দ্দেশনা নে এখন চিনেমা?এতিয়া যেন ভাৰত আৰু অসম চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে এই...
Read moreDetailsৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে দিয়া নিৰ্দেশনাক লৈ ল’ৰা-ধেমালি খেলে নেকি গুৱাহাটী পৌৰ নিগমে? ৰামচাৰ অঞ্চল হিচাপে পৰিচিত দ্বীপৰ বিল সদায় প্ৰদূষিত...
Read moreDetailsগুৱাহাটী পৌৰ নিগমৰ অবিবেচক কাণ্ডৰ বাবেই দীপৰ বিললৈ নামি আহিছে চৰম বিপৰ্যয়। নৰ্থ ইষ্ট নাওৱে চলোৱা অনুসন্ধানত পোহৰলৈ আহিছে গুৱাহাটী...
Read moreDetailsবস্ত্ৰনগৰী শুৱালকুছিয়ে আজি বিনাইছে। ভাৰত বিখ্যাত বস্ত্ৰনগৰী আজি কি অৱস্থাত আছে আপুনি জানেনে? বস্ত্ৰনগৰীত আজি স্তব্ধপ্ৰায় বহু তাঁতশাল। শুৱালকুছিৰ বহু...
Read moreDetailsএটা হঠকাৰী সিদ্ধান্ত! প্ৰশ্ন কাকত পুৰণি, উত্তৰ বহীও পুৰণি! ২০২১ ৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতৰে এইবৰ্ষত পৰীক্ষাত বহিব লাগিব ছাত্ৰ-ছাত্ৰী!...
Read moreDetailsআইনী বিপদে লগ নেৰা হৈছে মুখ্যমন্ত্ৰী ড০ শৰ্মাক। এইবাৰ দিছপুৰ থানাক আইনী পথ দেখুৱালে আদালতে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাংসদে দিয়া গোচৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd