ভিডিও

কাজিৰঙাৰ এনিমেল কৰিডৰত পহুৰ মাংসসহ চাৰিজনক আটক

কাজিৰঙাৰ পানবাৰী এনিমেল কৰিডৰত যোৱা সোমবাৰে বন বিভাগে পহু মাংসৰ সৈতে চাৰিজন  ব্যক্তিক আটক কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।...

Read moreDetails

বন্যাক্ৰান্তক দিবলৈ অসম চৰকাৰে ৰাইজৰ পৰা সাহায্য বিচৰাত ব্যাপক প্ৰতিক্ৰিয়া

প্রবল বানপানীত ককবকাইছে অসমৰ ৰাইজ। বানৰ কবলত পৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়াল। ঘৰ-বাৰী, খেতি বাতি, পশুধন হেৰুৱাই এতিয়া সৰ্বস্বান্ত হৈছে...

Read moreDetails

কেন্দ্ৰৰ পৰা প্ৰাপ্য পুঁজি আৰু বান সাহায্য বিচাৰি নতুন দিল্লীত অসমৰ সাংসদৰ ধৰ্ণা কাৰ্যসূচী

অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে কেন্দ্রৰপৰা পাপ্য পুঁজি আৰু সাহায্য বিচাৰি নতুন দিল্লীৰ সাংসদ ভৱনৰ চৌহদত অসমৰ সাংসদসকলে আজি পুৱা ১০.৩০...

Read moreDetails

নতুন অসমীয়া চিনেমা ‘অশান্ত ইলেক্ট্ৰন’ৰ teaser মুকলি

পূৰ্ণ গতিত চলি আছে বৰেণ্য গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ বিখ্যাত গল্প 'অশান্ত ইলেক্ট্ৰন'ৰ আধাৰত টাছাডা আৰ্টছ (Tasada Arts) আৰু ৰংবীন...

Read moreDetails

কেতিয়া আটক হ’ব আৰক্ষী-স্বামী? কিয় নিৰাপত্তাহীন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়?

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু কনিষ্ঠ চিকিৎসকৰ দুখনকৈ এজাহাৰৰ পিছতো দেওবাৰ-পৰ্য্যন্ত আটক হোৱা নাই “আৰক্ষী-স্বামী” চনি শৰ্মা ওৰফে...

Read moreDetails

‘পাৰ্টি পঠাই আছো’: প্ৰতিবন্ধীৰ প্ৰতিবাদত থৰকাছুটি হেৰুৱাই গুৱাহাটীৰ এ চি পি

এটা ঘটনাক লৈ তিনিবাৰকৈ তিনিটা পৃথক গোচৰ দিয়াৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত মঙ্গলবাৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে...

Read moreDetails

৩ বছৰীয়া শিশুক বলি দিবলৈ উন্মাদ হোৱা পুলকেশ চহৰীয়াৰ গুৱাহাটী চিকিৎসালয়ত মৃত্যু

অন্ধ বিশ্বাসৰ কৱলত পৰি নিজৰ ঘৰৰ মন্দিৰতে উলংগ হৈ পূজা-অৰ্চনা কৰি নিজৰে খুলশালীয়েকৰ তিনিবছৰীয়া কন্যা সন্তানক বলি দিবলৈ উদ্যত হোৱা...

Read moreDetails

কোকৰাঝাৰত ১০০০ বছৰ পুৰণি কালী মন্দিৰৰ চোৱাচিতা কৰিছে মুছলমান লোকে

কোকৰাঝাৰ জিলাৰ মুছলমান সম্প্ৰদায়ৰ বসতিপূৰ্ণ বৰুৱাপাৰা গাঁৱৰ বাসিন্দাসকলে সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক বিৰল উদাহৰণ দাঙি ধৰি বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম...

Read moreDetails

খেতিয়কৰ পৰাও কমিছন খায় চিণ্ডিকেটৰ মহানায়ক অখিল গগৈয়ে

অখিল গগৈ চিণ্ডিকেটৰ নায়ক নহয় মহানায়ক আৰু তেওঁ খেতিয়ক আৰু মেহনতী মানুহৰ পৰাও কমিছন খায়, অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ...

Read moreDetails

পোৱালি হাতী বিচাৰি চোৰাং বেপাৰীয়ে পিয়াপি দিছে অসমৰ জংঘলত

গুজৰাটলৈ চাৰিটা হাতীৰ পৰিবহণক লৈ চলা হুলস্থূলৰ মাজতে পোৱালি হাতী ধৰিবলৈ এতিয়াও অসমৰ জংঘলত পিয়াপি দিছে বন্যপ্ৰাণীৰ কুখ্যাত চোৰাং বেপাৰীয়ে।...

Read moreDetails
Page 90 of 127 1 … 89 90 91 … 127

Stay Connected

Recent News