ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?
গণপতি বিসৰ্জনক লৈ সৃষ্টি হোৱা অশান্তিৰ পাছত পুনৰ কৰ্ণাটক অস্থিৰ হৈ পৰিছে। সোমবাৰে ৰাজ্যৰ শিৱমেগ জিলাৰ ভদ্ৰবাটি চহৰত ঈদ মিলাদ...
Read moreDetailsগণপতি বিসৰ্জনক লৈ সৃষ্টি হোৱা অশান্তিৰ পাছত পুনৰ কৰ্ণাটক অস্থিৰ হৈ পৰিছে। সোমবাৰে ৰাজ্যৰ শিৱমেগ জিলাৰ ভদ্ৰবাটি চহৰত ঈদ মিলাদ...
Read moreDetailsজম্মু-কাশ্মীৰৰ কুলগ্ৰামত পুৱাৰ পৰা আৰম্ভ হৈছে বন্দুকযুদ্ধ। গোটেই সোমবাৰে নিশা দুয়োপক্ষৰ মাজত আাৰম্ভ হোৱা সংঘৰ্ষ মঙলবাৰেও চলি থাকে। এই পৰ্যন্ত...
Read moreDetailsৰাজ্যজুৰি অসম চৰকাৰ উদ্যোগত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰি থকাৰ সময়তে এক চৰকাৰলৈ এক বিশেষ আহ্বান কৰিছে ৰাজ্যসভাৰ...
Read moreDetailsঅসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ঘোষণা কৰিছে যে ৰাজ্যৰ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ জাতিগত প্ৰমাণপত্ৰৰ দীৰ্ঘদিনীয়া সমস্যাটো অসম...
Read moreDetailsভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ২০২৫ চনৰ ১২ ছেপ্টেম্বৰত মুঠ ২৮ হাজাৰ কোটি টকাৰ দুটা চৰকাৰী তাৰিখভিত্তিক ছিকিউৰিটি পুনৰ জাৰি কৰাৰ কথা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd