মামৰে ধৰিছে আঁচনিত! কলিয়াবৰত কলং পুনৰুজ্জীৱিতকৰণ নামত জলসম্পদ বিভাগৰ প্ৰহসন
পুনৰ বোৱঁতী হ'ব কলং! কলিয়াবৰৰ মাজেৰে কলঙৰ মুখেদি পুনৰ পানী বৈ যাব। হাতীমূৰাৰ পৰা পুনৰ বৈ যাব কলং!! উল্লেখ্য যে...
Read moreDetailsপুনৰ বোৱঁতী হ'ব কলং! কলিয়াবৰৰ মাজেৰে কলঙৰ মুখেদি পুনৰ পানী বৈ যাব। হাতীমূৰাৰ পৰা পুনৰ বৈ যাব কলং!! উল্লেখ্য যে...
Read moreDetailsভাৰতৰ তৰুণ গ্ৰেণ্ড মাষ্টাৰ ৰমেশবাবু প্ৰজ্ঞানন্ধাই সমগ্ৰ বিশ্বকে চমক দিলে তেওঁৰ অসাধাৰণ দবা খেলৰ প্ৰতিভাৰে। বিশ্বৰ ১নম্বৰ দবা খেলুৱৈ মেগনাছ...
Read moreDetailsইউক্ৰেইনৰ পূব অঞ্চলৰ বিচ্ছিন্নতাবাদীৰ নিয়ন্ত্ৰণত থকা দুটা অঞ্চলক স্বাধীন হিচাপে স্বীকৃতি দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। সোমবাৰে নিশা ডোনেটস্ক আৰু...
Read moreDetailsৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীত ক্ৰমে অপৰাধৰ মাত্ৰা ব্যাপক হাৰত বৃদ্ধি পাইছে। হত্যা, লুণ্ঠন আৰু আন অপৰাধৰ ঘটনাই নাগৰিকৰ নিৰাপত্তালৈ যেন...
Read moreDetailsকাছাৰ কাগজ কলৰ আন এগৰাকী কৰ্মচাৰীৰ মৃত্যু ঘটিছে। ইয়াকে লৈ অসমৰ বন্ধ হৈ পৰা কাগজ কলৰ মৃত্যু হোৱা কৰ্মচাৰীৰ সংখ্যা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd