মুক্তিৰ পূৰ্বেই চৰ্চাত সূৰিয়াৰ নতুন একশ্যন থ্ৰিলাৰ ‘ছিন’! ভাৰতীয় চেন্সৰ ব’ৰ্ডৰ প্ৰমাণপত্ৰ লাভ, কিন্তু ব্ৰিটেইনৰ সংস্কৰণৰ দৈৰ্ঘ্য অধিক কিয়?
দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা সূৰিয়াৰ চলিত বৰ্ষৰ তৃতীয়খন ছবি 'ছিন' (Scene) অহা ৬ নৱেম্বৰত সমগ্ৰ বিশ্বজুৰি ছবিগৃহত মুক্তি পাব। মালয়ালম ছবি...











