৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ ৰোমাঞ্চকৰ যুঁজ, কেইবাখনো জিলাত ছেমি ফাইনেলৰ ফল ঘোষণা
৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী–২০২৬ৰ জিলা পৰ্যায়ৰ খেলসমূহত মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গ’ল। ৩ নৱেম্বৰত...











