সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাঃ ন্যায়াধীশে ক’লে, লাভ জেহাদ ৰোধকাৰী আইন মানৱাধিকাৰ বিৰোধী
বিগত কিছু দিনৰ পৰা লাভ জেহাদৰ বিৰুদ্ধে কেবাখনো ৰাজ্যই আইন প্ৰণয়ন কৰাৰ প্ৰসংগই দেশত বিশেষভাৱে চৰ্চা লাভ কৰি আছে। দেশৰ...
বিগত কিছু দিনৰ পৰা লাভ জেহাদৰ বিৰুদ্ধে কেবাখনো ৰাজ্যই আইন প্ৰণয়ন কৰাৰ প্ৰসংগই দেশত বিশেষভাৱে চৰ্চা লাভ কৰি আছে। দেশৰ...
কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ। এগৰাকী বিবাহিত মহিলাই অতিৰিক্ত উপায়ুক্তগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ...
উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম-জং-উনে কৰ’নাৰ ভেকচিন লৈছে। জাপানৰ দুটা চোৰাংচোৱা সূত্ৰৰ উদ্ধৃতিৰে 19fortyfive.com ৰ এক বাতৰিত এই দাবী কৰা...
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী তথা নেত্ৰী ছেহলা ৰছিদৰ বিৰুদ্ধে এইটোৰ পিছত সিটো বিস্ফোৰক অভিযোগ উত্থাপন কৰি আহিছে পিতৃ...
দেশৰ ৰাজধানী নতুন দিল্লীৰ সীমান্তত প্ৰচণ্ড শীতকো নেওচি কৃষক বিক্ষোভে সৃষ্টি কৰা উত্তাপত খুঁটি লৰিছে কেন্দ্ৰৰ। প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd