ল’কডাউনৰ সময়ছোৱাত ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে অভিলেখ সংখ্যক ৫ লাখ মেট্ৰিকটন চাউল অসমলৈ আহিছে : মুখ্য মন্ত্ৰী
ল’কডাউনৰ সময়ছোৱাত বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা লোকসকলৰ যাতায়ত ব্যৱস্থা পৰ্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গড়চুকস্থিত অসম...











