প্ৰশাসন চলাব নোৱাৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙে; ঘোষণা শিক্ষা মন্ত্ৰালয়ৰ
তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙে বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ দায়িত্বত থাকিব নোৱাৰিব আৰু তেওঁৰ বিৰুদ্ধে তদন্ত চলিব। শিক্ষা মন্ত্ৰালয়ৰ সচিব বিনীত যোশীয়ে...









