গান্ধীৰ আদৰ্শৰ প্ৰাসংগিকতা আজিৰ যুগত বৃদ্ধি পাইছে: সবৰমতী আশ্ৰমত জাৰ্মান চ্যান্সেলৰ ফ্ৰেডিক মেৰ্জৰ মন্তব্য
ভাৰত ভ্ৰমণলৈ অহা জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জে সোমবাৰে আহমেদাবাদৰ ঐতিহাসিক সাবৰমতী আশ্ৰম পৰিদৰ্শন কৰে। প্ৰথমবাৰৰ বাবে ভাৰতলৈ অহা জাৰ্মান চ্যান্সেলৰগৰাকীয়ে...










