“চাৰ্জিকেল ষ্ট্ৰাইক দেখা নাই কিয়” কংগ্ৰেছ সাংসদৰ বিস্ফোৰণ : “পাকিস্তানলৈ গৈ চাই আহক”, প্ৰত্যুত্তৰ বিজেপিৰ
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এতিয়া সমগ্ৰ দেশে বিচাৰিছে প্ৰতিশোধ, বিচাৰিছে ভাৰতীয় সৈন্যই উচিত শিক্ষা দিয়ক পাকিস্তানক। ইয়াৰ মাজতে কংগ্ৰেছৰ সাংসদ...











