পৰ্যটকক ধৰ্ম সোধাৰ অভিযোগ : সন্ত্ৰাসবাদৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ ট্যুৰিষ্ট গাইড
জম্মু-কাশ্মীৰৰ পেহেলগামত পৰ্যটকক গুলীয়াই হত্যা কৰাৰ পূৰ্বে পৰ্যটকৰ ধৰ্মৰ বিষয়ে প্ৰশ্ন কৰিছিল সন্ত্ৰাসবাদীয়ে। মৃতকসকলৰ কেইবাটাও পৰিয়ালে এই অভিযোগ উত্থাপন কৰিছে।...











