“ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস” উপলক্ষ্যে ইলোৰা বিজ্ঞান মঞ্চই আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ অংশগ্ৰহণৰ দিন বৃদ্ধি
বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ হকে তথা অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে আমৰণ আন্দোলন চলাই যোৱা পদ্মশ্ৰী ডাঃ নৰেন্দ্ৰ ডাভোলকাৰ শ্বহীদ হৈছিল ২০১৩ চনৰ২০...











