• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰম্ভ স্থল অভিযান, ইজৰাইলী বাহিনীক সৰ্ব শক্তিৰে প্ৰতিহত কৰাৰ হুংকাৰ হামাছৰ

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 28, 2023 2:26 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীব্ৰ বোমাবৰ্ষণৰ মাজতে গাজাত ইজৰাইলৰ বাহিনীয়ে ব্যাপক ৰূপত স্থলপথেৰে আক্ৰমণ আৰম্ভ কৰিছে। ইজৰাইলে স্থানীয় সময় অনুসৰি শুকুৰবাৰে নিশাৰ পৰা বিমান আক্ৰমণ বৃদ্ধি কৰাৰ লগতে স্থল আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে।

ইপিনে, ইজৰাইলৰ বাহিনীক সৰ্ব শক্তিৰে প্ৰতিহত কৰিব বুলি ঘোষণা কৰিছে পেলেষ্টাইনৰ প্ৰতিৰোধী সংগঠন হামাছে।

শনিবাৰে পুৱা হামাছৰ সামৰিক শাখা কাছাম ব্ৰিগেডে এক বিবৃতিত কয় যে উত্তৰ গাজাৰ বেইট হানৌন আৰু বুৰেজৰ সমীপত তীব্ৰ সংঘৰ্ষ চলি আছে।

Apply Now

লগতে পঢ়কঃ লুইষ্টন চহৰত ১৮ জন লোকক গুলীয়াই হত্যা কৰা আমেৰিকান সেনা প্ৰশিক্ষকৰ মৃতদেহ উদ্ধাৰ

বিবৃতিটোত লগতে কোৱা হৈছে যে আল-কাছাম ব্ৰিগেড আৰু সকলো পেলেষ্টাইনী প্ৰতিৰোধ বাহিনী ইজৰাইলৰ আগ্ৰাসনক সম্পূৰ্ণ শক্তিৰে মোকাবিলা তথা প্ৰতিহত কৰিবলৈ সাজু।

আনহাতে, উপৰ্যুপৰি বোমা আক্ৰমণৰ ফলত গাজাৰ মোবাইল আৰু ইণ্টাৰনেট ব্যৱস্থা ব্যাহত হৈছে। ঘন জনবসতিপূৰ্ণ এই উপত্যকাটো বিশ্বৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰিছে।

গাজাত নিশা বিমান আক্ৰমণৰ ফলত পেলেষ্টাইনী উপত্যকা আন্ধাৰত ডুব যায়। বাতৰি অনুসৰি শুকুৰবাৰে নিশা বিমান আক্ৰমণ পূৰ্বৰ দিনতকৈ অধিক তীব্ৰতৰ আছিল। ইজৰাইলৰ ইমান শক্তিশালী আক্ৰমণ ত্ৰিমুখী অভিযানৰ অংশ নেকি সেই বিষয়ে টেল আভিভে স্পষ্ট কৰা নাই।

লগতে পঢ়কঃ ক্ৰিকেট বিশ্বত চমক ৰিয়ান পৰাগৰ! ছেহৱাগৰ অভিলেখ ভংগ কৰি গঢ়িলে বিৰল ইতিহাস

পেলেষ্টাইনী ৰেড ক্ৰীচেণ্ট ছ’চাইটিৰ সঞ্চালক মাৰৱান জিলানীয়ে অধিকৃত পশ্চিম প্ৰান্তৰ ৰামাল্লাহৰ পৰা সংবাদ মাধ্যমক জনোৱা মতে, স্বাস্থ্য কৰ্তৃপক্ষই গাজাত তেওঁলোকৰ দলৰ সৈতে প্ৰায় দুঘণ্টা পূৰ্বে সকলো যোগাযোগ হেৰুৱাই পেলাইছিল। ৰাষ্ট্ৰসংঘৰ শিশু ন্যাস ইউনিচেফ আৰু আন্তঃৰাষ্ট্ৰীয় দাতব্য সংস্থা একচনএইডেও গাজাত কৰ্মৰত কৰ্মচাৰীৰ সৈতে যোগাযোগ হেৰুৱাই পেলোৱা বুলি জনায়।

বাতৰি অনুসৰি, গাজাৰ মানৱীয় পৰিস্থিতি বহু পৰিমাণে অৱনতি ঘটিছে। ইয়াৰ ২৩ লাখ লোক এতিয়া বিশ্বৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। আত্মীয় বা ইজনে সিজনৰ লগত যোগাযোগ কৰিবলৈ অক্ষম হৈ পৰিছে।

লগতে পঢ়কঃমাত্ৰ ২৬ বছৰ বয়সতে ২২টা সন্তানৰ মাতৃ! শতক অৰ্জনৰ লক্ষ্য এই যুৱতী মহিলাৰ; বিড়ম্বনা স্বামীৰ

ইপিনে, ইজৰাইলৰ সেনাই গাজাত পূৰ্বতকৈ অধিক তীব্ৰ বোমাবৰ্ষণ আৰম্ভ কৰিছে। অধিকাংশ বোমা বিস্ফোৰণ বিমানৰ পৰা সংঘটিত হয়। ইয়াৰ উপৰিও শুকুৰবাৰে নিশাৰ পৰা ইজৰাইলৰ স্থল বাহিনীয়ে গাজাত ব্যাপক অভিযান আৰম্ভ কৰিছে।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd