COVID 19-ত আক্ৰান্ত দাৰ্জিলিঙৰ ৪৪ বছৰীয়া মহিলাৰ মৃত্যু
আজি পুৱা এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পিছতে পশ্চিমবংগত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি পায়। মৃত্যু ...
Read moreDetailsআজি পুৱা এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পিছতে পশ্চিমবংগত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি পায়। মৃত্যু ...
Read moreDetailsকৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে আপ্ৰাণ চেষ্টা চলাই থকাৰ সময়তে বিভিন্ন স্থানৰ লোকসকলে পৰা নিজ ঘৰলৈ ...
Read moreDetailsCOVID-19ৰ বাবে চলি থকা লকডাউন ১৪ এপ্ৰিলৰ মাজনিশাৰ পাছত পুনৰ বৃদ্ধি হ’ব বুলি চলি থকা চৰ্চাৰ মাজতে সোমবাৰে কেবিনেট সচিব ...
Read moreDetailsকেৰালাত ল’কডানৰ ফলত সুৰাৰ প্ৰচলন বন্ধ হৈ পৰাৰ পিছত বিভিন্ন স্থানৰ পৰা সুৰাসক্ত লোকৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ অহাত মুখ্য মন্ত্ৰী ...
Read moreDetailsমণিপুৰৰ পৰা অসমলৈ চিকিৎসাৰ বাবে অহা প্ৰায় ৫০জন ৰোগী কাছাৰ জিলাৰ ধুলুত আৱদ্ধ হৈ আছে। হাড়ৰ চিকিৎসাৰ বাবে ধুলুত থকা ...
Read moreDetailsত্ৰিপুৰা আৰক্ষীয়ে দেওবাৰে ক’ৰ’না ভাইৰাছ সম্পৰ্কে ফে’চবুকত ভুৱা খবৰ বিয়পোৱা এজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজনক পশ্চিম ত্ৰিপুৰা জিলাৰ অৰুণধুতী ...
Read moreDetailsক'ৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পত্নী তথা অভিনেত্ৰী আইমী বৰুৱাই আগবঢ়াইছে ১ লাখ টকাৰ সাহায্য ...
Read moreDetailsদেশজুৰি কৰ’না ভাইৰাছৰ ঘটনা দ্ৰুত গতিত বৃদ্ধি পাবলৈ লৈছে।এতিয়ালৈকে দেশত ১১৩৯ জন লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত ৩০জন ...
Read moreDetailsদেশত ধাৰাবাহিক কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগীৰ হাৰ বৃদ্ধি পোৱা দেখা গৈছে। কৰ’না ভাইৰাছৰ বিৰুদ্ধে ডাক্তৰ আৰু নাৰ্ছসকলে প্ৰত্যক্ষভাৱে যুদ্ধত ...
Read moreDetailsকৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সমূহ কৰ্মচাৰীয়ে প্ৰধান মন্ত্ৰীৰ পি এম কেয়াৰ্ছ পুঁজিলৈ এদিনৰ দৰমহা আগবঢ়াব। প্ৰতিৰক্ষা মন্ত্ৰী ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd