NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

কংগোত গীৰ্জাত প্ৰাৰ্থনাৰ সময়তে সন্ত্ৰাসবাদীৰ আক্ৰমণ; ১৪ জন লোকৰ মৃত্যু

কংগোত গীৰ্জাত প্ৰাৰ্থনাৰ সময়তে সন্ত্ৰাসবাদীৰ আক্ৰমণ; ১৪ জন লোকৰ মৃত্যু

মধ্য আফ্ৰিকাৰ দেশ কংগোৰ গীৰ্জাত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা ঘটিছে। এই ঘটনাত কমেও ১৪ জন লোকৰ মৃত্যু হয়। এই ঘটনা যোৱা...

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বিজেপি নেতাৰ ইক’ ৰিজ’ৰ্টৰ পৰা জব্দ হৰিণৰ মাংস

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বিজেপি নেতাৰ ইক’ ৰিজ’ৰ্টৰ পৰা জব্দ হৰিণৰ মাংস

শোণিতপুৰ জিলাৰ বন বিভাগৰ বিষয়াসকলে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত স্থানীয় বিজেপি নেতাৰ দ্বাৰা পৰিচালিত ইক’ ৰিজ’ৰ্টৰ পৰা হৰিণাৰ মাংস জব্দ...

চাণক্য নীতি: ‘প্ৰেমেই প্ৰতিটো সম্পৰ্কৰ ভেটি, যিজনে এই কথা বুজি পাইছে, তেওঁৱেই জগত জয় কৰিছে’

চাণক্য নীতি: ‘প্ৰেমেই প্ৰতিটো সম্পৰ্কৰ ভেটি, যিজনে এই কথা বুজি পাইছে, তেওঁৱেই জগত জয় কৰিছে’

চাণক্যক ভাৰতৰ শ্ৰেষ্ঠ পণ্ডিতসকলৰ ভিতৰত গণ্য কৰা হয়। চাণক্য আচাৰ্য চাণক্য আৰু কৌটিল্য বুলি পৰিচিত। চাণক্যৰ শাস্ত্ৰ আৰু অস্ত্ৰ ব্যৱহাৰ...

মৰ্মান্তিক! কিছুদিনৰ পিছতেই বিয়া হোৱাৰ কথা আছিল : মুম্বাইৰ হোটেলৰ অগ্নিকাণ্ডত মৃত্যু প্ৰেমিক যুগলৰ

মৰ্মান্তিক! কিছুদিনৰ পিছতেই বিয়া হোৱাৰ কথা আছিল : মুম্বাইৰ হোটেলৰ অগ্নিকাণ্ডত মৃত্যু প্ৰেমিক যুগলৰ

ফুলাৰ আগতেই ফুল সৰি পৰিল! বিয়াৰ পৰিকল্পনা অনুসৰি কিছুদিন পূৰ্বে  সম্পন্ন হৈছিল আঙুঠি পিন্ধোৱা অনুষ্ঠান। নাইৰোবিত অনুষ্ঠিত হ’ব লাগিছিল বিয়াখন। ...

Mamata Banerjee

২৪ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিজেপিয়ে বুকিং কৰিছে সকলো হেলিকপ্টাৰ! দাবী মমতা বেনাৰ্জীৰ

কাষ চাপিছে ২৪ ৰ লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে ৰণকৌশল চৰ্চাত ব্যস্ত হৈ পৰিছে শাসক বিৰোধী। এনে সময়তে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী...

 প্ৰিয়জনক প্ৰথম বাৰৰ বাবে লগ কৰোঁতে ব্যৱহাৰ কৰক এইকেইটা কিটিপ

 প্ৰিয়জনক প্ৰথম বাৰৰ বাবে লগ কৰোঁতে ব্যৱহাৰ কৰক এইকেইটা কিটিপ

প্ৰথমবাৰৰ বাবে কাৰোবাক লগ পালে আপোনাৰ ভাল আচৰণ, কথা-বতৰাৰ ধৰণে আনজনক আপ্লুত কৰে আৰু তেওঁলোকে আপোনাক পুনৰ লগ পাব বিচাৰে।...

Manipur

শ্ৰেণীত উপস্থিত নথকাৰ শাস্তিৰ পৰা ৰেহাই পোৱাৰ বাবে আজৱ কাণ্ড: মণিপুৰী ছাত্ৰীয়ে ৰচিলে অপহৰণৰ নাটক

হিংসাজৰ্জৰ মণিপুৰত হঠাতে পুনৰ আন এক আতংক। ২০ গৰাকী ছাত্ৰীৰ অপহৰণৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ৰাজ্যখনত। এই খবৰৰ পিছতে...

কাৰ্বি আংলঙত ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা ৫০ বছৰীয়া ব্যক্তিৰ

কাৰ্বি আংলঙত ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা ৫০ বছৰীয়া ব্যক্তিৰ

কাৰ্বি আংলঙত এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী ৫০ বছৰীয়া ব্যক্তিৰ বিৰুদ্ধে।  জানিব পৰা...

UP School Boy Slap Case Mohd Zubair

উত্তৰ প্ৰদেশৰ মুছলমান ছাত্ৰ নিৰ্যাতন ঘটনা: ফেক্ট চেকাৰ মহম্মদ জুবেইৰৰ বিৰুদ্ধে গোচৰ

সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰা উত্তৰ প্ৰদেশৰ এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষয়ত্ৰীৰ দ্বাৰা মুছলমান ছাত্ৰৰ নিৰ্যাতনৰ ঘটনাৰ বিষয়ে তথ্য প্ৰকাশ কৰি...

side effects of hair color

চুলিত ৰং সনাৰ পূৰ্বে হওক সাৱধানঃ নহ’লে হ’ব পাৰে এই পাৰ্শ্বক্ৰিয়াসমূহৰ চিকাৰ

চুলিত ৰং লগাই নিজকে ডেকা বা গাভৰু সজাই ৰখাৰ চেষ্টা কৰাটো কেতিয়াও বেয়া কথা হ’ব নোৱাৰে। কিন্তু বয়স ঢাকি ৰখাৰ...

Page 1963 of 6634 1 1,962 1,963 1,964 6,634

Stay Connected

Recent News