NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Bike-borne miscreant

দ্ৰুতবেগী কে.টি.এম বাইকক সাৰথি কৰি চলাই আহিছিল ডকাইতি: অৱশেষত আৰক্ষীৰ জালত পৰিল চিলনী চোৰ

সাৰথি এখন দ্ৰুতবেগী কে.টি.এম বাইক। বাইকখনৰ গতিৰ ভৰসাতে কৰি আহিছিল ইটোৰ পিছত সিটো ডকাইতি। পথৰ কাষেৰে গৈ থকা যাত্ৰীৰ পৰা...

Himachal Pradesh assembly election results

হিমাচলত ‘পৰম্পৰাগত’ নিৰ্বাচনী যুঁজ: ক্ষমতা পুনৰুদ্ধাৰৰ লক্ষ্যৰে বিজেপিৰ বিপক্ষে তুমুল ভোট যুঁজত কংগ্ৰেছ

আগবাঢ়িছে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ৰাজ্যখনৰ পৰম্পৰাগত ৰাজনৈতিক গতিবিধিৰ দৰেই এইবাৰো এতিয়ালৈকে প্ৰায় নিৰ্বাচনী যুঁজ চলিছে কংগ্ৰেছ আৰু বিজেপিৰ...

Gujarat Election Result

কাৰ হাতলৈ গুজৰাট! মচনদ দখলৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে বিজেপি, অসাৰ হোৱাৰ দিশে আপৰ চমক

প্ৰত্যাশিতভাৱেই ক্ৰমাগত সপ্তমটো কাৰ্যকালৰ লক্ষ্যৰে গুজৰাটৰ ক্ষমতা দখলৰ দিশে আগবাঢ়িছে গেৰুৱা দল বিজেপি। বিপক্ষৰ সকলো ৰাজনৈতিক সম্ভাৱনাক ধূলিস্যাত কৰি ১৮২...

Manish Sisodia on BJP

আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ!

ৰাজনৈতিক ‘ঘোঁৰা’ ক্ৰয়ত সিদ্ধহস্ত বিজেপিয়ে পুনৰ আৰম্ভ কৰিছে ঘোঁৰা ক্ৰয়ৰ ৰাজনীতি। এইবাৰ বিজেপিৰ দৃষ্টি নিবদ্ধ হৈছে দিল্লীৰ পৌৰ নিৰ্বাচনত জয়লাভ...

CISF jawan shoots himself dead

কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ

কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী, চমুকৈ চি.আই.এছ.এফ- ৰ এগৰাকী জোৱানে কৰ্তব্যৰত অৱস্থাতে নিজৰ চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰিছে তামিলনাডুত। বুধবাৰে বিয়লি...

Acid attack

পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী

মঙলবাৰে পুৱা ৰাজস্থানৰ ভিলৱাৰা জিলাত সংঘটিত হয় এক চাঞ্চল্যকৰ কাণ্ড। জিলাখনৰ ঘোদাছ নামৰ এখন গাঁৱত পুৱাৰ ভাগতে সন্ন্যাসীৰ বেশত এক...

Classroom Door Used As Blackboard

শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা

দেশৰ চৰকাৰী শিক্ষাখণ্ডৰ পয়ালগা অৱস্থাক লৈ যথেষ্ট চৰ্চা চলি আহিছে। চৰকাৰী শিক্ষাখণ্ডৰ এনে দুৰ্গতিৰ আন এক ছবিয়ে শেহতীয়াকৈ সৃষ্টি কৰিছে...

Ambedkar saffronised

এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ

দেশৰ সংবিধান প্ৰণেতা তথা সমতাৰ ৰাজনীতিৰ পৃষ্ঠপোষক ড৹ বি আৰ আম্বেদকাৰক এইবাৰ গেৰুৱাকৰণৰ ৰাজনীতিৰ আওতাত সামৰি লোৱাৰ কুচ-কাৱাজ চলাইছে এক...

stray dog killed

কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ

দক্ষিণ ভাৰতৰ ৰাজ্য তামিলনাডুৰ এখন গাঁৱত ৩০ টাকৈ অঘৰী কুকুৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে আইনী ৰোষত পৰিছে গাঁও পঞ্চায়তৰ সভাপতি।...

Supreme Court Mobile App

নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি

এইবাৰ নতুন ডিজিটেল ৰূপত আত্মপ্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। শীৰ্ষ আদালতৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ ২.০ আজি মুকলি কৰা হৈছে। এই...

Page 2394 of 6656 1 2,393 2,394 2,395 6,656

Stay Connected

Recent News