NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

শীতকালৰ পূৰ্বে প্ৰতিবাদত উত্তাল ইটালীৰ ৰাজপথ; ইউক্ৰেইনলৈ অস্ত্ৰ সৰবৰাহ বন্ধ কৰাৰ দাবী

শীতকালৰ পূৰ্বে প্ৰতিবাদত উত্তাল ইটালীৰ ৰাজপথ; ইউক্ৰেইনলৈ অস্ত্ৰ সৰবৰাহ বন্ধ কৰাৰ দাবী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰভাৱৰ বাবে শীতকালত ইউৰোপত ইন্ধনৰ সংকটৰ সম্ভাৱনা আছে। যদি ৰাছিয়াই ইন্ধন যোগান নধৰে, ইউৰোপৰ বিভিন্ন পৰিস্থিতিৰ অৱনতি হ'ব...

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়! আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণক বৈধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়! আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণক বৈধতা

উচ্চতম ন্যায়ালয়ে দিয়া এক গুৰুত্বপূৰ্ণ ৰায়ত অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীকো সংৰক্ষণৰ অধীনলৈ অনাৰ সপক্ষে মতপোষণ কৰিছে। পাঁচ জনীয়া বিচাৰপীঠে কয় যে...

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিমাৰ্ছ মিছাইলেৰে কাখোভকা শক্তি প্ৰকল্পত আক্ৰমণ ইউক্ৰেনৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিমাৰ্ছ মিছাইলেৰে কাখোভকা শক্তি প্ৰকল্পত আক্ৰমণ ইউক্ৰেনৰ

ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে ৰাছিয়া নিয়ন্ত্ৰিত খেৰচন অঞ্চলৰ কাখোভকা জলবিদ্যুৎ প্ৰকল্পত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্মিত হিমাৰ্ছ মিছাইলেৰে আক্ৰমণ চলাইছে। জলবিদ্যুৎ প্ৰকল্পৰ এখন...

ভুলবশতঃ লোৱা হৈছিল সিদ্ধান্ত! টুইটাৰে পুনৰ চাকৰিলৈ মাতি পঠিয়াছে বহু কৰ্মচাৰীক

ভুলবশতঃ লোৱা হৈছিল সিদ্ধান্ত! টুইটাৰে পুনৰ চাকৰিলৈ মাতি পঠিয়াছে বহু কৰ্মচাৰীক

ইয়াৰ প্ৰায় ৫০ শতাংশ কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰাৰ মাত্ৰ দুদিন পিছতে টুইটাৰে পুনৰ তেওঁলোকক ঘূৰাই মাতিছে। এলন মাস্কৰ টুইটাৰে এতিয়া...

বাংলাদেশী নাগৰিকৰ অবৈধ বসবাসৰ বিষয়ে সতৰ্কতা জাৰি কেন্দ্ৰীয় চৰকাৰৰ

বাংলাদেশী নাগৰিকৰ অবৈধ বসবাসৰ বিষয়ে সতৰ্কতা জাৰি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ভাৰতত বাংলাদেশী নাগৰিকৰ অবৈধ বসবাসৰ বিষয়ে সতৰ্কতা জাৰি কৰিছে। ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আৰক্ষী সঞ্চালক প্ৰধানক পশ্চিম...

সাজু জুকাৰবাৰ্গ! টুইটাৰৰ পিছত এইবাৰ বৃহৎ সংখ্যক কৰ্মচাৰীক ছাঁটাই কৰিব মেটাই!

সাজু জুকাৰবাৰ্গ! টুইটাৰৰ পিছত এইবাৰ বৃহৎ সংখ্যক কৰ্মচাৰীক ছাঁটাই কৰিব মেটাই!

ফেচবুকৰ মূল কোম্পানী মেটাই বৃহৎ সংখ্যক কৰ্মচাৰীক ছাঁটাই কৰা কাম আৰম্ভ কৰিবলৈ আগবাঢ়িছে। আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰি অনুসৰি এই অভিযান...

বাংলাদেশৰ গাঁৱত বিহু, বাগৰুম্বা পৰিৱেশন কৰিব অসমৰ সাংস্কৃতিক দলে

বাংলাদেশৰ গাঁৱত বিহু, বাগৰুম্বা পৰিৱেশন কৰিব অসমৰ সাংস্কৃতিক দলে

নৱেম্বৰৰ দ্বিতীয় সপ্তাহত বাংলাদেশৰ চিটাগং পাহাৰীয়া অঞ্চলৰ দুখন গাঁৱত অসমৰ ১৫ জনীয়া সাংস্কৃতিক দলে বিহু আৰু বাগৰুম্বা প্ৰদৰ্শন কৰিব। দেওবাৰে...

bombs recovered in Jharkhand

ঝাৰখণ্ডত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ: আৰক্ষীয়ে ধ্বংস কৰিলে মাওবাদী নিৰ্মিত সুৰংগ

ঝাৰখণ্ডৰ বুদ্ধ পাহাৰত দেওবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিছে বিস্ফোৰক সামগ্ৰীৰ এক বৃহৎ ভাণ্ডাৰ। এই বৃহৎ পৰিমাণৰ বিস্ফোৰক সমূহ অঞ্চলটোত মাওবাদীয়ে লুকুৱাই...

Wild Boars Attack

খেতিপথাৰত সন্ত্ৰাস বনৰীয়া গাহৰিৰ: গাহৰিৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই, ছয়গৰাকী আহত

উৰিষ্যাৰ গঞ্জাম জিলাত দেওবাৰে বনৰীয়া গাহৰিৰ সন্ত্ৰাসে তীব্ৰ আতংকৰ সৃষ্টি কৰে। বনৰীয়া গাহৰিৰ ভয়াৱহ আক্ৰমণত এগৰাকী ৬২ বছৰীয়া মহিলা নিহত...

Tanzania plane crash

তাঞ্জানিয়াৰ ভয়াৱহ বিমান দুৰ্ঘটনা: নিহতৰ সংখ্যা ১৯ গৰাকীলৈ বৃদ্ধি, অব্যাহত উদ্ধাৰ অভিযান

আফ্ৰিকান ৰাষ্ট্ৰ তাঞ্জানিয়াত আজি সংঘটিত হোৱা ভয়াৱহ বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৯ গৰাকীলৈ বৃদ্ধি পাইছে। দেশখনৰ প্ৰধানমন্ত্ৰী কাছিম মাজালিৱাই এক...

Page 2450 of 6659 1 2,449 2,450 2,451 6,659

Stay Connected

Recent News