Kalpa Saikia

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Guwahati ropeway to start before this Durga Puja

গুৱাহাটীৰ এইবাৰৰ দুৰ্গা পূজাৰ উপহাৰ হ’ব দেশৰ দীৰ্ঘতম ৰ’পৱে’

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত স্বাস্থ্য ও বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা এপ্ৰিল মাহতে উত্তৰ গুৱাহাটী-গুৱাহাটী মহানগৰ সংযোগী ৰ’পৱে’ ৰাইজৰ বাবে...

দিচপুৰ আৰক্ষীৰ জালত পৰিল হেলমেটত লুকুৱাই অনা ড্ৰাগছ সৰবৰাহকাৰী

দিচপুৰ আৰক্ষীৰ জালত পৰিল হেলমেটত লুকুৱাই অনা ড্ৰাগছ সৰবৰাহকাৰী

ৰাজ্যত এতিয়া দিনক দিনে ব্যাপক ৰূপত বৃদ্ধি পোৱা বিভিন্ন অপৰাধমূলক কাৰ্যৰ লগতে ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ দৰে ঘটনা।...

GMCH Campus

জি এম চি এইছ চৌহদৰ হোটেল, ৰেষ্টুৰেণ্টত খাদ্য সুৰক্ষা বিভাগৰ অভিযান

খাদ্য সুৰক্ষা বিভাগৰ পৰিদৰ্শক তৰুণ দাস আৰু বিষয়া চম্পক পাঠকৰ নেতৃত্বত যোৱা এটা পাঁচজনীয়া দলে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত...

Pradyut Bodoloi is trying to become Valmiki from Ratnakar, says Assam BJP

‘সাংসদ হৈ ৰত্নাকৰৰ পৰা বাল্মীকি হ’বলৈ চেষ্টা কৰিছে প্ৰদ্যুত বৰদলৈয়ে’

‘সাংসদ হৈ ৰত্নাকৰৰ পৰা বাল্মীকি হ'বলৈ চেষ্টা কৰিছে প্ৰদ্যুত বৰদলৈয়ে।‘ বুধবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি প্ৰদ্যুত বৰদলৈক...

Assam NRC employees' pen will determine fate of indigenous people, says AASU advisor Samujjal Bhatta

কলমৰ আঁচোৰত নিৰ্ভৰ কৰিছে খিলঞ্জীয়াৰ ভৱিষ্যত: এন আৰ চিক লৈ সমুজ্জ্বল ভট্টাচাৰ্য্য

‘অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ নিশ্চিত ভৱিষ্যত সুৰক্ষিত হ’ব নে নহয়, সেইটো নিৰ্ভৰ কৰিব এন আৰ চিৰ সৈতে জৰিত বিষয়া-কৰ্মচাৰীৰ কলমৰ আঁচোৰৰ...

26-06-19 Guwahati- AHSEC 35th Foundation Day Lecture Higher secondary classes to be withdrawn from colleges, universities: Assam education minister

অহা বছৰৰ পৰা অসমৰ কলেজ, বিশ্ববিদ্যালয়ত নাথাকিব উচ্চতৰ মাধ্যমিক শ্ৰেণী

অহা বছৰৰ পৰা ৰাজ্যৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহত নাথাকিব উচ্চতৰ মাধ্যমিক শ্ৰেণী। বুধবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৩৫সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য...

গুৱাহাটীৰ লখৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

গুৱাহাটীৰ লখৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

গুৱাহাটী মহানগৰীৰ লখৰাত আজি দুপৰীয়া ১:৩০ মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত ৪খনকৈ বাহনৰ ক্ষতিসাধন হোৱাৰ লগতে...

15-05-19-Guwahati-Siddhartha-Bhattacharya-press-conference-4

মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ভুমি বিবাদৰ গোচৰ : কি ৰায় দিলে উচ্চ ন্যায়ালয়ে?

যোৱা ১৪ জুনৰ পৰা শিক্ষা ও গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই তেওঁৰ উলুবাৰীৰ বৰা চাৰ্ভিছস্থিত বাসগৃহৰ চৌহদৰ প্ৰৱেশ দ্বাৰত...

Suruj Jamal

নিৰুদ্দিষ্ট সুৰুজ জামালৰ সন্ধানত আৰক্ষীয়ে বিচাৰি পালে কি?

মহানগৰীৰ গাড়ীগাঁৱৰ যুৱকৰ চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। নিৰুদ্দিষ্ট যুৱকজন মহানগৰীৰ গাড়ীগাঁও মেধিপাৰাৰ সুৰজ জামাল। যোৱা ১৪ জুনত...

৫ জুলাইত দেশৰ লগতে অসমৰ ছবিগৃহত মুক্তি পাব নেপালী চলচ্চিত্ৰ ‘আপ্পা’

৫ জুলাইত দেশৰ লগতে অসমৰ ছবিগৃহত মুক্তি পাব নেপালী চলচ্চিত্ৰ ‘আপ্পা’

অসমৰ গুৱাহাটী, তেজপুৰ, তিনিচুকীয়া,গোলাঘাট, ডিব্ৰুগড়, মেঘালয়ৰ শ্বিলঙ, বৰ্ণিহাট আৰু নাগালেণ্ডৰ ডিমাপুৰৰ লগতে ভাৰতৰ ২৫খন চহৰত মুক্তি পাব নেপালী চলচ্চিত্ৰ 'আপ্পা'ই।...

Page 252 of 317 1 251 252 253 317

Stay Connected

Recent News