DMCA.com Protection Status
Kalpa Saikia

Kalpa Saikia

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

প্ৰাক্তন মন্ত্ৰী অকন বৰাৰ বেলতলাৰ অট্টালিকাত পৰিব নেকি এক্সকেভেটৰৰ আঁচোৰ?

প্ৰাক্তন মন্ত্ৰী অকন বৰাৰ বেলতলাৰ অট্টালিকাত পৰিব নেকি এক্সকেভেটৰৰ আঁচোৰ?

কংগ্ৰেছৰ প্ৰাক্তন সমাজকল্যাণ বিভাগৰ মন্ত্ৰী তথা দিচপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক অকন বৰাই কংগ্ৰেছৰ শাসনকালতেই বেলতলাত সাজিছিল বিল্ডিং। কিন্তু প্ৰশ্ন হৈছে...

MLA Ranjit Kr Dass, President Assam State BJP addressing press conference at BJP office in Guwahati on 02-11-18. Pix BY UB photos

ধলাৰ হত্যাকাণ্ড: ‘সফল’ হৈছে গৃহ বিভাগ, দাবী ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ

ধলাৰ গণহত্যা সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰি চৰকাৰ পৰিচালনাত বিফলতাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ গৃ্হ বিভাগক ‘সফল’ হোৱা বুলিহে...

bufa press meet

ধলা গণহত্যা: বিজেপি চৰকাৰলৈ পোনপটীয়া আঙুলি বাঙালী সংগঠনৰ সৰ্ববৃহৎ মঞ্চ ‘বুফা’ৰ

তিনিচুকীয়াৰ ধলাৰ গণহত্যাই সৃষ্টি কৰা চাঞ্চল্যৰ মাজতে সাম্প্ৰদায়িক বিভেদৰ পৰিৱৰ্তে ঘটনাটোৰ বাবে পোনপটীয়াকৈ বিজেপি চৰকাৰক দোষাৰোপ কৰিছে ৰাজ্যৰ বাঙালী সংগঠনসমূহৰ...

bjp cONGRESS

বিজেপি মুছলমান বিৰোধী, পঞ্চায়ত নিৰ্বাচনত বিজেপি বেয়াকৈ পৰাজিত হ’ব : ৱাজেদ

‘’স্পষ্ট কথা বিজেপি মুছলমান বিৰোধী। গতিকে মুছলমানে বিজেপিক কি কাৰণত সমৰ্থন কৰিব?’’এই মন্তব্য দক্ষিণ শালমৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলি...

7bcd945b-1ae7-43e1-9cf0-62fbd938a62f

এইবাৰ সংখ্যালঘু এলেকাত গেৰুৱা পতাকা উৰুৱাবলৈ সাজু বিজেপি

পঞ্চায়ত নিৰ্বাচন সমাগত, ইয়াৰ পূৰ্বে ৰাজনৈতিক দলসমূহে ক্ষমতা লাভৰ কুচ কাৱাজ চলাই থকাৰ সময়তে দুৰ্নীতিমুক্ত পঞ্চায়তৰাজ প্রতিষ্ঠা কৰাৰ উদ্দেশ্য লৈ...

KMSS adviser Akhil Gogoi addressing a Press Conference at Guwahati on 31-10-18.Pix by UB Photos

হিন্দু-মুছলমান কথা নাই, সকলো বাংলাদেশীক খেদাইহে বচাব লাগিব জাতি: অখিল গগৈ

হিন্দু বাংলাদেশীক আমদানিৰে অসমীয়া জাতিক বচোৱাৰ বিজেপি-ফৰ্মূলা অগ্ৰাহ্য কৰি ধৰ্ম নিৰ্বিশেষে সকলো বাংলাদেশীকে খেদোৱাৰ সংকল্প ঘোষণা কৰিছে কৃষক মুক্তি সংগ্ৰাম...

GIFF Concluding Day’s Ceremony (3)

অন্ত পৰিল ২য় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ; ‘আমৃত্যু’লৈ ‘গ’ল্ড কেমেৰা’

তুৰ্কীৰ পৰিচালক মোহাম্মেট টাইফুৰ আইডিনৰ চলচ্চিত্ৰ ‘ব্লেক ক্ৰ’ৰে আজি সামৰণি পৰে যোৱা ২৫ অক্টোবৰৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হোৱা...

There's no pro-indigenous political party, so I am an independent candidate: Upamanyu Hazarika

বাঙালী সংগঠনৰ সমাৱেশ বিজেপি চৰকাৰৰ ‘কৌশল’, দাবী উপমন্যু হাজৰিকাৰ

‘‘চৰকাৰে পৰিকল্পিতভাৱে এটা সংঘাতৰ সৃষ্টি কৰি অসমৰ ৰাইজক নিৰাপত্তাহীনতাৰ দিশলৈ ঠেলি দি মূল সমস্যা তথা বিষয়সমূহৰ পৰা অসমৰ জনসাধাৰণক আঁতৰাই...

Akhil-Awal

অখিল গগৈৰ নেতৃত্বত গঢ়ি উঠা প্ৰতিবাদত শংকিত বিজেপি? সংবাদমেলৰ বিষয় হ’ল কৃষক মুক্তিৰ নেতাজন

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অখিল গগৈৰ নেতৃত্বত গঢ়ি উঠা প্ৰতিবাদৰ ব্যাপকতা আৰু প্ৰৱলতা দেখি শংকিত হৈছে নেকি ৰাজ্যিক বিজেপি? আজি...

Siddhatha with teachers (2)

মিছা প্ৰতিশ্ৰুতিৰ বন্যা, নহ’ল প্ৰাদেশিকীকৰণ! হতাশাত ভুগিছে ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰী

অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ তথা শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰি সময়মতে দৰমহা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি অহাৰ প্ৰতিশ্ৰুতি যেন এক প্ৰকাৰ...

Page 312 of 316 1 311 312 313 316

Recent News