DMCA.com Protection Status
Pankaj Kumar Deb

Pankaj Kumar Deb

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

falcon festival dima hasao assam

বিতোপন ডিমা হাচাওত বিনোদনৰ সম্ভাৰ লৈ আৰম্ভ ফেলকন ফেষ্টিভেল

শীতৰ বতৰা লৈ বিনোদনৰ সম্ভাৰেৰে ডিমা হাচাওত শনিবাৰে আৰম্ভ হৈছে ফেলকন ফেষ্টিভেল। উমৰাংচুৰ গ’ল্ফ ক’ৰ্চত তিনিদিনীয়া উৎসৱটো মুকলি কৰে অসমৰ...

IMG-20191113-WA0027

ৰাষ্ট্ৰীয় ঘাইপথৰ বুজ ল’বলৈ ডিমা হাচাওত জাপানীজ বিশেষজ্ঞৰ দল

ৰাষ্ট্ৰীয় ঘাইপথৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ দুদিনীয়া কাৰ্যসূচীৰে ডিমা হাচাও জিলাত বুধবাৰে উপস্থিত হৈছে জাপানীজ বিশেষজ্ঞৰ এটা দল। ৰাষ্ট্ৰীয় ঘাইপথ...

20191107_153453

পৃথক ডিমা ৰাজিৰ দাবীক লৈ এইবাৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিলীপ নুনিচাৰ

পৃথক ডিমা ৰাজি গঠনৰ লক্ষ্য আগত ৰাখিয়েই ১৯৯৫ চনত ডিমাচা উগ্ৰপন্থী সংগঠন ডিমা হালাম দাওগা (ডিএইচডি)ৰ জন্ম হৈছিল। অৱশ্যে সশস্ত্ৰ...

ৰুষ্ট প্ৰকৃতি; জাতিঙ্গা নৈৰ অবতৰীয়া বানত উটি গ’ল তিনিখন ডাম্পাৰ

ৰুষ্ট প্ৰকৃতি; জাতিঙ্গা নৈৰ অবতৰীয়া বানত উটি গ’ল তিনিখন ডাম্পাৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগত ডিমা হাচাও জিলাত অব্যাহত থকা নেৰানেপেৰা বৰষুণে অবতৰীয়া বানৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে নিশাৰ পৰা এতিয়ালৈকে নিৰৱিচ্ছিন্নভাৱে...

Festival site

২০ অক্টোবৰৰ পৰা ডিমা হাচাওত অনুষ্ঠিত হ’ব জাতিঙ্গা ফেষ্টিভেল

২০ অক্টোবৰত পাঁচ দিনীয়া কাৰ্যসূচীৰে জাতিঙ্গাত শুভাৰম্ভ হ'ব 'জাতিঙ্গা ফেষ্টিভেল ২০১৯’ৰ। জাতিঙ্গাত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ টপ্ ডাউন টানেলৰ তলত উত্তৰ কাছাৰ...

Dimasa Women Society

পঞ্চায়তীৰাজৰ বিৰোধিতাত হাফলঙত ডিমাছা উইমেন ছ’চাইটিৰ প্ৰতিবাদ

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদীয় অঞ্চলত কৌশলেৰে পঞ্চায়ত ব্যৱস্থা অনাৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি...

Umrangso

উমৰাংচোত উপস্থিত অসম চৰকাৰৰ তদন্তকাৰী দল; এডাল নহয়, দুডাল পাইপ বিস্ফোৰণ হোৱা বুলি নিশ্চিত

ডিমা হাচাও জিলাৰ উমৰাংচোৰ কপিলী জলবিদ্যুত প্ৰকল্পত হোৱা পাইপ বিস্ফোৰণৰ ঘটনাটোৰ তদন্তৰ বাবে আজি অসম চৰকাৰে গঠন কৰি দিয়া তদন্ত...

Procession held at Haflong

ডিমা হাচাওত শান্তিপূৰ্ণ পূজাৰ পিছত প্ৰতিমা বিসৰ্জন ঘাটত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত; ৪জন আহত

ডিমা হাচাও জিলাত দুৰ্গোৎসৱ সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আছিল যদিও জিলাখনৰ মাইবাঙত দশমীৰ দেৱী বিসৰ্জন দিবলৈ যোৱা এখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত...

Denial Langthasa

হাফলঙত ষষ্ঠ অনুসূচীৰ ক্ষমতাক ওফৰাই পঞ্চায়ত ব্যৱস্থা আনিব খোজা ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ অঞ্চলত কৌশলেৰে পঞ্চায়ত ব্যৱস্থা অনাৰ চেষ্টাৰ বিৰুদ্ধে পাহাৰীয়া জিলাখনৰ...

Page 7 of 13 1 6 7 8 13

Recent News