বাণিজ্য

গাড়ী কিনাৰ প্ৰয়োজন নাই! মাত্ৰ ১৯,৭২০ টকাতে লাভ কৰক এখন মহিন্দ্ৰাৰ বাহন; চাওক কেনেকৈ

বৃহৎ কোম্পানী মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই ইয়াৰ নিজৰ বাহনসমূহৰ গ্ৰাহকৰ বাবে Revv ৰ সৈতে পাৰ্টনাৰশ্বিপত এক ছাৱস্ক্ৰিপশ্যন ভিত্তিক ব্যৱস্থা মুকলি কৰিছে।...

Read moreDetails

কিয় কমিছে GST সংগ্ৰহৰ পৰিমাণ, তদাৰকৰ বাবে কমিটি গঠন চৰকাৰৰ

নিৰ্ধাৰিত লক্ষ্যতকৈ জি এছ টি সংগ্ৰহৰ পৰিমাণ কম হোৱা বাবে চিন্তিত হৈ পৰা কেন্দ্ৰীয় চৰকাৰে বিষয়টো তদাৰক কৰিবলৈ এখন ১২...

Read moreDetails

অসমৰ ৰুগীয়া শ্ৰমিক উৎপাদিত চাহ কিনা বৃটিশ্ব চুপাৰমাৰ্কেটক সমালোচনা অক্সফেমৰ

অক্সফেমে অসমৰ কলেৰা, টাইফয়দত ভোগা শ্ৰমিক উৎপাদিত চাহ ক্ৰয় কৰা বাবে শীৰ্ষ বৃটিশ্ব চুপাৰমাৰ্কেটসমূহক সমালোচনা কৰিছে। অসমতা আৰু অন্যায় হ্ৰাসৰ...

Read moreDetails

জিঅ’ক প্ৰত্যাহ্বান ভোডাফোন, এয়াৰটেলৰ; অতিৰিক্ত চাৰ্জ নলগাই গ্ৰাহকক দিব সকাহ

বুধবাৰে সন্ধিয়া জিঅ’ই ঘোষণা কৰিছিল যে কোম্পানীটোৰ নেটৱৰ্কৰ পৰা অন্য নেটৱৰ্কলৈ আৰু কলিং ফ্ৰী নহয়। অৰ্থাৎ জিঅ’ৰ গ্ৰাহকে এতিয়া আন...

Read moreDetails

মুকলি হ’ল Redmi 8 স্মাৰ্টফোন; কিমান দামত কিনিব চাওক

Xiaomi–এ আজি ভাৰতৰ গ্ৰাহকৰ বাবে তেওঁলোকৰ নতুন স্মাৰ্টফোন Redmi 8 মুকলি কৰিলে। ৫০০০ mAh বেটেৰীযুক্ত স্মাৰ্টফোনটোৰ ভাৰতত আৰম্ভনি মূল্য হৈছে...

Read moreDetails

এইবাৰ চাৰিটা ৰাষ্ট্ৰীয়কৃত সংস্থা ব্যক্তিগতকৰণৰ বাবে সাজু কেন্দ্ৰ

দেশৰ চাৰিটা ৰাষ্ট্ৰীয়কৃত সংস্থাক ব্যক্তিগতকৰণৰ বাবে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। এই সন্দৰ্ভত অচিৰেই কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰস্তাৱ অনাৰ বাবে সাজু হৈছে। সূত্ৰৰ...

Read moreDetails

Swiggy, Zomatoৰ সন্মুখত ভোকাতুৰ Amazon

বিশ্বৰ সৰ্ববৃহৎ ই-কমাৰ্চ প্লেটফৰ্ম এমাজনে দিৱালীৰ পিছতে সুসজ্জিত হৈ প্ৰত্যাহ্বান জনাব Swiggy, Zomato আদি ভাৰতীয় বজাৰৰ খাদ্য যোগানকাৰী কাম্পেনিক। বাতৰি...

Read moreDetails

সাজু থাকক; এই মাহত ১১ দিন বন্ধ থাকিব বেংক, নৱেম্বৰতো বন্ধ থাকিব ৭ দিন

যোৱা কেইদিনমান পূৰ্বৰে পৰা উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ পাছতে অক্টোবৰ মাহ আজিৰ পৰা আৰম্ভ হৈছে। চলিত মাহতেই পৰিবহন বিভাগৰ লগতে...

Read moreDetails

আটাইতকৈ সস্তা! আজি বজাৰলৈ আহিব ৩.৫ লাখ টকীয়া মাৰুতিৰ SUV

দেশৰ আটাইতকৈ বৃহৎ গাড়ী নিৰ্মাতা কোম্পানী মাৰুতি চুজুকিয়ে সোমবাৰে  ইয়াৰ আটাইতকৈ সস্তা SUV কাৰ এছ-প্ৰেছো (Maruti Suzuki S-Presso) মুকলি কৰিব।...

Read moreDetails

দাম কমিল মাৰুতিৰ; পূজাৰ বতৰতে ঘৰলৈ আনক আপোনাৰ পছন্দৰ মডেল

ভাৰতৰ সৰ্ববৃহৎ ঘৰুৱা অটোমোবাইল নিৰ্মাতা মাৰুতি চুজুকিয়ে ইয়াৰ নিৰ্বাচিত মডেল সমূহৰ মূল্য হ্ৰাস কৰিছে। নিৰ্বাচিত মডেলত কোম্পানীটোৱে এক্স শ্ব’ৰুম মূল্যত...

Read moreDetails
Page 102 of 122 1 101 102 103 122

Stay Connected

Recent News