দেশ

আন এক দিল্লী কাণ্ড! এইবাৰ উত্তৰ প্ৰদেশত উদ্ধাৰ অচিনাক্ত মহিলাৰ টুকুৰা-টুকুৰকৈ কটা মৃতদেহ

দিল্লীৰ নৃশংস হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই এইবাৰ দিল্লী কাণ্ডৰ পুনৰাবৃত্তি ঘটিছে উত্তৰ প্ৰদেশত। ৰাজ্যখনৰ আজমগড়ৰ অন্তৰ্গত পশ্চিমি নামৰ এখন গাঁৱত...

Read moreDetails

তিনি বছৰীয়া শিশু বলাৎকাৰীক ২০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে

দেশত বৰ্দ্ধিত ধৰ্ষণৰ দৰে ঘৃণনীয় কাণ্ডৰ সময়তে এটি তিনি বছৰীয়া শিশু বলাৎকাৰীক ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰি এক নজিৰ সৃষ্টি...

Read moreDetails

মহাকাশলৈ এইবাৰ উৎক্ষেপন কৰা হ’ব প্ৰথম মেড-ইন-ইণ্ডিয়া ৰকেট বিক্ৰম এছ

মহাকাশ অভিযান ঘোষণা কৰাৰ কেইদিনমান পিছতে স্কাইৰুট এৰোস্পেচে জনাইছে যে ১৮ নৱেম্বৰত শ্ৰীহৰিকোটাৰ পৰাই ইয়াৰ প্ৰথম অভিযান আৰম্ভ কৰিব। ষ্টাৰ্টআপ...

Read moreDetails

জি-২০ সন্মিলনৰ মাজতে আলাপ মোডী-বিডেনৰ; চীনলৈ কি বাৰ্তা দিলে?

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে জি-২০ সন্মিলনৰ মাজতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই...

Read moreDetails

এইবাৰ গাজিয়াবাদ: প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে হত্যা কৰি পুতি থ’লে স্বামীৰ মৃতদেহ

দিল্লীৰ নৃশংস হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই চাৰি বছৰ পূৰ্বে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত আন এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সম্প্ৰতি পোহৰলৈ...

Read moreDetails

সুখবৰ! অৰ্জুন বঁটাৰ বাবে মনোনীত কমনৱেলথ স্বৰ্ণ জয়ী নয়নমণি শইকীয়া

ৰাজ্যৰ ক্ৰীড়া জগতলৈ আন এক সন্মান। বিগত বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ হৈ আকাংক্ষিত স্বৰ্ণ পদক জয়ী অসমৰ এগৰাকী মহিলা খেলুৱৈয়ে...

Read moreDetails

এছ এফ আই নেতাৰ পিতৃক হত্যাৰ ন বছৰ পুৰণি গোচৰত ১১ গৰাকী আৰ এছ এছ কৰ্মীক যাৱজ্জীৱন কাৰাদণ্ড

ন বছৰ পূৰ্বে, ২০১৩ চনত কেৰালাৰ তিৰুৱন্তপুৰমৰ আনাভুৰত বাঁওপন্থী ছাত্ৰ সংগঠন এছ এফ আই- ৰ এগৰাকী নেতাৰ পিতৃক হত্যাৰ অভিযোগত...

Read moreDetails

অসহিষ্ণু! মছজিদ আকৃতিৰ হোৱাৰ বাবেই বাছ ষ্টেণ্ড বুলড’জাৰেৰে ভঙাৰ হুংকাৰ বিজেপি সাংসদৰ

দেশত সম্প্ৰতি সাম্প্ৰদায়িক বিদ্বেষৰ এক উদ্বেগজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি ব্যাপক ৰূপত চৰ্চা চলিছে। বিশেষকৈ হিন্দুত্ববাদৰ আধাৰত কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি...

Read moreDetails

ভাৰতৰ নব নিযুক্ত মুখ্য ন্যায়াধীশৰ পৰা আমি কি আশা কৰোঁ?

যোৱা ৯ নৱেম্বৰৰ দিনা ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়ে ভাৰতৰ ৫০ তম মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে।উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজন...

Read moreDetails

মোডীৰ সমাৱেশত ভাড়াতীয়া ‘সমৰ্থক’! আধা টকা পৰিশোধ কৰাত প্ৰতিবাদ; লজ্জানত বিজেপি

বেংগালুৰুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাৱেশত ভাড়া কৰি অনা হৈছিল 'সমৰ্থক'! অভিযোগ কৰা হৈছে যে সেই সমৰ্থকসকলক প্ৰতাৰণা কৰা হৈছে। স্থানীয়...

Read moreDetails
Page 1356 of 1806 1 1,355 1,356 1,357 1,806

Stay Connected

Recent News