দেশ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

বিশ্ব পৰিৱেশ দিৱসৰ দিনা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়াত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কেইবাখনো মনোমহা ছবি শ্বেয়াৰ কৰিছে।...

Read moreDetails

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ঘোষণা কৰিছে যে তেওঁলোকে ভাৰতক সু-৫৭ যুদ্ধবিমান যোগান ধৰিবলৈ সম্পূৰ্ণ সাজু হৈছে। বৰ্তমান সময়ত নতুন দিল্লীয়ে...

Read moreDetails

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

দিল্লী উচ্চ ন্যায়ালয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলৰ অধিকাৰক লৈ এক অতি গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। আদালতে এগৰাকী শিক্ষয়িত্ৰীৰ আবেদনৰ শুনানি...

Read moreDetails

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

পাটনাত ক’চিং চেন্টাৰৰ সংঘাতক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এক উত্তপ্ত পৰিস্থিতিৰ পিছত বিখ্যাত শিক্ষক ফৈজল খান চমুকৈ খান চাৰৰ বিৰুদ্ধে...

Read moreDetails

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নিৰ্বাচন সম্পৰ্কীয় গোচৰসমূহ নিষ্পত্তি কৰাত হোৱা দীৰ্ঘদিনীয়া পলমক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। আদালতে কৈছে যে যদি...

Read moreDetails

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে মোডী চৰকাৰৰ গ্ৰেট নিকোবৰ প্ৰকল্পক তীব্ৰ সমালোচনা কৰিছে। তেওঁ অভিযোগ কৰিছে যে চৰকাৰে তীব্ৰ পৰিৱেশগত চিন্তাক...

Read moreDetails

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

বৈবাহিক জীৱনত মতভেদ আৰু মানসিক চাপ থকাটো এক সাধাৰণ কথা। কেতিয়াবা স্বামী-স্ত্ৰীৰ মাজত কথা-বতৰা বন্ধ হৈ যোৱাটোও সম্পৰ্কৰ উত্থান-পতনৰ এটা...

Read moreDetails

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। কাংপোকপি জিলাত সংঘটিত হৈছে সতেজ হিংসা। শুকুৰবাৰে পুৱাই তিনিজন সাধাৰণ নাগৰিকৰ মৃত্যুক লৈ হিংসাত্মক পৰিস্থিতিৰ...

Read moreDetails

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

মধ্যবিত্ত শ্ৰেণীৰ সস্তাৰ ঋণৰ অপেক্ষাত সদ্যহতে চেঁচা পানী ঢালিলে দেশৰ ৰিজাৰ্ভ বেংকে। জুন মাহৰ মুদ্ৰানীতিৰ বৈঠকৰ শেষত ভাৰতীয় ৰিজাৰ্ভ বেংকে...

Read moreDetails

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰাৰ ২৩ বছৰ পিছত ব্ৰিটেইনত থকা ভাৰতীয় মূলৰ এগৰাকী মহিলাই লাভ কৰিছে ৮৫ কোটি টকা।...

Read moreDetails
Page 152 of 1853 1 … 151 152 153 … 1,853

Stay Connected

Recent News