দেশ

আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ দপদপনি; পঞ্চমবাৰৰ বাবে খিতাপ দখল ৰোহিত বাহিনীৰ

প্ৰথমবাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰা দিল্লী কেপিটেলছক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে...

Read moreDetails

ভাৰতত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ, যোৱা ২৪ ঘণ্টাত ৩৮,০৭৪ গৰাকী আক্ৰান্ত

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা লাহে লাহে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। যোৱা ২৪ ঘণ্টাত নতুনকৈ ৩৮,০৭৪ গৰাকী আক্ৰান্ত হোৱাৰ পিছতে...

Read moreDetails

জন্মদিনত তেজস্বীক আশীৰ্বাদ দি লালুৱে ক’লে, ‘বিহাৰৰ জনতাই দিব জন্মদিনৰ উপহাৰ’

আজি বিহাৰৰ জনতাই তেজস্বী যাদৱক জন্মদিনৰ উপহাৰ প্ৰদান কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰ জে ডি প্ৰধান লালু যাদৱে। সোমবাৰে...

Read moreDetails

অভিসন্ধি! অৰুণাচল সীমান্তৰ কাষৰ তিব্বতত শীঘ্ৰে ৰে’ললাইন নিৰ্মাণৰ নিৰ্দেশ জিনপিঙৰ

ভাৰতৰ সৈতে ফেপেৰি পাতিবলৈ এৰা নাই চীনে। লাডাখৰ পাছত এইবাৰ অৰুণাচল সীমান্তত উত্তেজনা সৃষ্টিৰ প্ৰচেষ্টা চলাইছে চুবুৰীয়া দেশখনে। এনে উদ্দেশ্যৰে...

Read moreDetails

গোপালনৰ নাতিনীয়েক উপ-ৰাষ্ট্ৰপতি হ’ল, থুলাছেন্দ্ৰাপুৰমত আনন্দৰ লহৰ

সঁচাকৈয়ে গোপালনৰ নাতিনীয়েক  উপ-ৰাষ্ট্ৰপতি হ’ল। তাকো আমেৰিকাৰ দৰে এখন শক্তিশালী দেশৰ। ইয়াতকৈ সুখৰ কথা কি হব পাৰে বাৰু থুলাছেন্দাপুৰমবাসীৰ বাবে?...

Read moreDetails

যৌন কামনা চৰিতাৰ্থ কৰিব নোৱাৰি প্ৰেমিকে জ্বলাই দিলে ১৫ বছৰীয়া প্ৰেমিকাক

যোগী আদিত্যনাথৰ ৰাজ্যত নাৰী মুঠেও সুৰক্ষিত নহয় সেই কথা বাৰে বাৰে প্ৰমাণ হৈ আহিছে। প্ৰায় প্ৰতিদিনে বলাৎকাৰৰ ঘটনা সংঘটিত হোৱা...

Read moreDetails

সুখত থাকক মনৰ মানুহ, বিয়াৰ তিনি বছৰ পিছত পূৰ্বৰ প্ৰেমিকাৰ সৈতে স্বামীৰ বিয়া পাতি দিলে পত্নীয়ে!

প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল...হয় স্বৰ্গীয় প্ৰেমত হাবুডুবু খোৱা এজন লোকে পৰিস্থিতিৰ দাস হৈ প্ৰেমিকাৰ সলনি আন এগৰাকী ছোৱালীক...

Read moreDetails

যেন ৰূপকথাৰ কাহিনী! তিনি ভনীয়েকৰ এজনেই স্বামী, বিয়াও হৈছিল একেটা দিনতে

কোনো লোকৰ একাধিক পত্নী থকাৰ কথাটো কোনো নতুন কথা নহয় যদিও এজন এনে লোক আছে যিজন লোকৰ তিনিগৰাকী পত্নী আৰু...

Read moreDetails

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিনৰ ৰায়দান সংৰক্ষিত ৰাখিলে বোম্বে উচ্চ ন্যায়ালয়ে

এগৰাকী লোকক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিন আবেদনৰ ৰায়দান ...

Read moreDetails

বীভৎস! এইবাৰৰ বলাৎকাৰৰ বলি হ’ল এজনী মাইকী কুকুৰ

দেশত প্ৰতি নিয়ত ধৰ্ষণৰ ঘটনা বৃদ্ধি পাই থকাৰ সময়তে কুকুৰৰ দৰে অমাতৰ জীৱো সাৰি যোৱা নাই বলাৎকাৰীৰ হাতৰ পৰা। মুম্বাইত...

Read moreDetails
Page 1660 of 1815 1 1,659 1,660 1,661 1,815

Stay Connected

Recent News