দেশ

ভোটাৰ তালিকাৰ বিশেষ কঠোৰ সংশোধন: উত্তৰ প্ৰদেশত ৬০জন BLO ৰ বিৰুদ্ধে গোচৰ ৰুজু, দুজনক নিলম্বন

উত্তৰ প্ৰদেশৰ নয়ডা প্ৰশাসনে ভোটাৰ তালিকাৰ চলি থকা বিশেষ কঠোৰ পুনৰীক্ষণ (SIR)ৰ সময়ত গাফিলতি আৰু নিৰ্দেশনা পালন নকৰাৰ অভিযোগত তিনিখন...

Read moreDetails

‘সেনাবাহিনীৰ বাবে অনুপযুক্ত’: গুৰদ্বাৰত প্ৰৱেশত আপত্তি দৰ্শোৱা খ্ৰীষ্টান বিষয়াক বৰ্খাস্ত কৰাত উচ্চতম ন্যায়ালয়ৰ সন্মতি

ভাৰতীয় সেনাবাহিনী দেশৰ বহুত্ববাদী সংস্কৃতিৰ এক শক্তিশালী প্ৰতীক। কিন্তু শেহতীয়াকৈ সেনাবাহিনীৰ ভিতৰত এক ধৰ্মীয় বিষয়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ প্ৰয়োজন...

Read moreDetails

সোণম ৱাংচুকৰ এনএছএ আটকক প্ৰত্যাহ্বান: উচ্চতম ন্যায়ালয়ত পত্নীৰ সৈতে গোচৰত অংশ লোৱাৰ অনুমতি

সোমবাৰে উচ্চতম ন্যায়ালয়ে জলবায়ু কৰ্মী সোণম ৱাংচুকক তেওঁৰ পত্নী ডাঃ গীতাঞ্জলি জে আংমোৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ...

Read moreDetails

দিল্লী বিস্ফোৰণৰ পিছত ভাৰত ভ্ৰমণ স্থগিত ৰাখিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে পুনৰবাৰ এই বছৰৰ শেষৰ ফালে কৰিবলগীয়া ভাৰত ভ্ৰমণ পিছুৱাই দিছে। দুসপ্তাহ পূৰ্বে দিল্লীত সংঘটিত হোৱা মাৰাত্মক...

Read moreDetails

২০৩০ চনৰ কমনৱেলথ গেমছ: শতবাৰ্ষিকী সংস্কৰণৰ বাবে সাজু ভাৰত

ভাৰতে ২০৩০ চনৰ কমনৱেলথ গেমছ (Commonwealth Games) আয়োজন কৰিবলৈ সাজু হৈছে। ক্ৰীড়া আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দি প্ৰস্তুত কৰা নিবিদাৰ পিছত...

Read moreDetails

‘অৰুণাচল ভাৰতৰেই’, চাংহাই বিমানবন্দৰত ভাৰতীয় যুৱতীৰ হাৰাশাস্তিকলৈ প্ৰতিক্ৰিয়া দিল্লীৰ

ভাৰত-চীন সম্পৰ্কৰ স্পৰ্শকাতৰ সময়ৰ মাজতে চীনত অৰুণাচল প্ৰদেশৰ এগৰাকী ভাৰতীয় মহিলা যাত্ৰীক আটক কৰি ৰখাক লৈ নতুন উত্তেজনাৰ সৃষ্টি হৈছে।...

Read moreDetails

পশ্চিম বংগত মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় অৱৰোধ: টিএমচি আৰু বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

পশ্চিম বংগত বুথ লেভেল বিষয়া (বিএলঅ’)ৰ প্ৰতিবাদৰ মাজতে মুখ্য নিৰ্বাচনী বিষয়া (চিইঅ’)ক মাজনিশালৈকে নিজৰ কাৰ্যালয়ত আৱদ্ধ কৰি ৰখাৰ ফলত উত্তেজনা...

Read moreDetails

ৰাজনৈতিক দলসমূহলৈ কেনেকৈ ‘বেনামী’ অনুদান? কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

আয়কৰ আইনৰ বিধান অনুসৰি ৰাজনৈতিক দলসমূহে ২০০০ টকাৰ তলৰ নগদ ধন লাভ কৰিলে দাতাৰ নাম আৰু পৰিচয় প্ৰকাশ কৰিব নালাগে।...

Read moreDetails

বেংগালুৰুৰ পঞ্চ তাৰকা হোটেলত ধৰ্ষণৰ বলি এয়াৰ হোষ্টেজ : কাঠগৰাত বিমানৰ পাইলট

বেংগালুৰুত এখন পঞ্চ তাৰকা হোটেলত এগৰাকী বিমান কৰ্মীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে এজন পাইলটৰ বিৰুদ্ধে। যোৱা ১৯ নৱেম্বৰত হায়দৰাবাদৰ বেগমপেট...

Read moreDetails

ভাৰতৰ হাতত পুনৰ বিশ্ব চেম্পিয়নৰ খিতাপ: মহিলা কাবাডী দলৰ একেৰাহে দ্বিতীয়বাৰলৈ খিতাপ অৰ্জন

মহিলা কাবাডী দলে পুনৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত মহিলা কাবাডী বিশ্বকাপ ২০২৫ৰ ফাইনেলত শক্তিশালী চীনা টাইপেইৰ...

Read moreDetails
Page 408 of 1880 1 … 407 408 409 … 1,880

Stay Connected

Recent News